মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ Assam news - Assam Tv9

মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ

Published: 

04 Jul 2024 14:38 PM

নিমিষতে জুইৰ লেলিহান শিখাই পুৰি ছাই হৈ কৰি পেলালে এটা এটাকৈ সকলো ঘৰ। জুইত জ্বলি যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী।

1 / 5মৰিগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড। মৰিগাঁৱৰ চহৰৰ মাজমজিয়াত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ।

মৰিগাঁৱত নিশা বিধ্বংসী অগ্নিকাণ্ড। মৰিগাঁৱৰ চহৰৰ মাজমজিয়াত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত কেইবাটাও বাসগৃহ।

2 / 5

মৰিগাঁৱৰ ডাকঘৰ আৰু সদৰ থানাৰ মাজৰ ঘন বসতিপূৰ্ণ কেইবাটাও ভাড়াঘৰ জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

3 / 5

নিমিষতে পুৰি ছাই হৈ যায় এটা এটাকৈ সকলো ঘৰ। জ্বলি যোৱা এই বাসগৃহসমূহত বসবাস কৰিছিল ক্ষুদ্ৰ ব্যৱসায়ে। বহুদিনৰে পৰা এই অঞ্চলটোত বাস কৰি আহিছিল কাপোৰৰ বেপাৰী, চেণ্ডেল আদিৰ বেপাৰীসকল।

4 / 5

এই অগ্নিকাণ্ডত কেইবাটাও ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত হোৱাৰ সন্দেহ কৰিছে সকলোৱে।

5 / 5

বহু অপেক্ষাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে এই জুই নিৰ্বাপন কৰে। কিন্তু জুইত জ্বলি যায় বহু লক্ষাধিক টকাৰ সা-সামগ্ৰী।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?