কাইলৈ নলবাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল সভা, আজি গুৱাহাটীত উপস্থিত মোদী
মোদীময় গুৱাহাটীৰ ৰাজপথ, মোদীৰ আগমনৰ বাবে সুৰক্ষাৰ দিশলৈ লক্ষ্য কৰি অধিত তৎপৰ হৈছে গুৱাহাটী আৰক্ষী।কাইলৈ নলবাৰীত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5