শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Uruka Celebration: ৰাজ্যবাসীক ‘উৰুকা’ৰ ওলগ জনাই কি ক’লে ৰাজ্যপাল-মুখ্যমন্ত্ৰীয়ে ?

‘ভোগালী বিহু’ৰ উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ওলগ জনায়। এই উপলক্ষে ৰাজ্যপাল গৰাকীয়ে কয় যে, এই উৎসৱমুখৰ পৰিৱেশে জাতি, ধৰ্ম,বৰ্ণ আৰু ভাষাৰ সীমা অতিক্ৰম কৰি ঐক্য, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ মনোভাৱ সুদৃঢ় কৰিছে ।

manas-borah
Manas Borah | Updated On: 13 Jan 2025 15:59 PM
আজি উৰুকা । ‘ভোগালী বিহু’ৰ উপলক্ষে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক ওলগ জনায়। এই উপলক্ষে ৰাজ্যপাল গৰাকীয়ে কয় যে, এই উৎসৱমুখৰ পৰিৱেশে জাতি, ধৰ্ম,বৰ্ণ আৰু ভাষাৰ সীমা অতিক্ৰম কৰি ঐক্য, ভাতৃত্ববোধ আৰু বন্ধুত্বৰ মনোভাৱ সুদৃঢ় কৰিছে ।

1 / 5
লগতে তেওঁ কয় যে,‘ভোগালী বিহু’ হৈছে ভোজ-ভাত, আনন্দ আৰু পাৰস্পৰিক সন্মানৰ এক উৎসৱ । য’ত ‘মেজি’য়ে উৎসৱটোক অনন্য কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি কয় ৰাজ্যপাল গৰাকীয়ে ।

2 / 5
লগতে তেওঁ কয়, ‘যেতিয়া ‘মেজি’ত জুই জ্বলোৱা হয় আৰু আমি ইয়াৰ চাৰিওফালে গোট খাওঁ, আমাৰ নেতিবাচক শক্তিসমূহ জুইৰ শিখাত নিঃশেষ হৈ যায় আৰু আমি শান্তি, আশা আৰু সমৃদ্ধিক আদৰণি জনাও ।’ তেওঁ আশা কৰে যে, এই উদযাপনে প্ৰকৃতিৰ সৈতে আমাৰ সংযোগক পুনৰ দৃঢ় কৰিব আৰু আমাৰ মাজত ঐক্যৰ বান্ধোনক সুদৃঢ় কৰিব।

ইয়াৰ লগতে আজি ‘উৰুকা’ৰ উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক ওলগ জনায় । তেওঁ কয় যে, আটাইকে ভোগালীৰ উৰুকাৰ শুভেচ্ছা জনালোঁ৷ জাতীয় জীৱনৰ চহকী অতীত পৰম্পৰা আৰু লোকাচাৰেৰে সমৃদ্ধ ভোগালীৰ উৰুকাত পিতৃ-মাতৃ, পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ নাপাহৰিব৷ ব্যস্ত জীৱন সূচীত পিতৃ-মাতৃ তথা পৰিয়ালক যদি লগ পাবলৈ অসুবিধা হয়, অন্তত: তেখেতসকলৰ খবৰ ল'ব৷

3 / 5

4 / 5
তেওঁ লগতে জানিবলৈ দিছে যে, ভোগালীৰ উপলক্ষে মাছ-পাচলি আদি উপহাৰ হিচাপে পোৱা সামগ্ৰীসমূহ উৰুকাত এসাঁজ সুন্দৰকৈ খাবলৈ আৰ্থিক অনগ্ৰসৰ পৰিয়ালক যোগান ধৰাৰ ব্যৱস্থা কৰিছে ।

5 / 5
Latest Stories