5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
user

Barasha Misra

Sub Editor

barasha.misra@tv9.com

সাংবাদিকতাৰ পাঠ্যক্ৰম সমাপ্ত কৰি MyNews NE-ৰ জৰিয়তে সংবাদক্ষেত্ৰত কাম কৰাৰ সুবিধা পাইছোঁ। ইয়াৰ পাছত, Ishan News আৰু News18 AssamNE ৰ জৰিয়তে এগৰাকী সংবাদকৰ্মী হিচাপে সেৱা আগবঢ়াইছোঁ। বৰ্তমান মই TV9 Assamত কৰ্মৰত। সংবাদজগতত, বিশেষকৈ স্থানীয় খবৰ, মনোৰঞ্জনধৰ্মী, ব্যৱসায়িক তথা বৈশ্বিক খবৰৰ প্ৰতি মই বিশেষভাৱে আকৰ্ষিত।

Read More
বিক্ৰী কৰিবলৈ ওলাইছে Google Chrome, এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব ইণ্টাৰনেট?

বিক্ৰী কৰিবলৈ ওলাইছে Google Chrome, এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব ইণ্টাৰনেট?

Google Chrome Browser Sale: ইণ্টাৰনেটত চলাবলৈ গুগল ক্ৰ’ম ব্ৰাউজাৰ বেছিকৈ ব্যৱহাৰ কৰা হয়। এতিয়া এই ব্ৰাউজাৰ বিক্ৰীৰ কৰিবলৈ ওলাইছে। যদি এনেকুৱা হয় তেন্তে আপুনি কেনেকৈ ব্যৱহাৰ কৰি ইণ্টাৰনেট?

এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰে কৰে স্বাস্থ্যৰ ক্ষতি, যাৰ ফলত লাখ লাখ লোকৰ হৈছে নেকি মৃত্যু?

এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰে কৰে স্বাস্থ্যৰ ক্ষতি, যাৰ ফলত লাখ লাখ লোকৰ হৈছে নেকি মৃত্যু?

বিশ্বৰ বহু দেশত এণ্টিবায়'টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। ভাৰততো দিনে দিনে ঔষধসমূহৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কাহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে মানুহে এণ্টিবায়'টিক সেৱন কৰে যদিও ই মাৰাত্মকও হ’ব পাৰে।

গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা, দেখা গ’ল অনন্য ৰূপত!

গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱা, দেখা গ’ল অনন্য ৰূপত!

International Film FestivaI of Goa 2024 এইবাৰ ২০ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। ৮ দিনীয়া এই মহোৎসৱ ২০২৪ চনৰ ২৮ নৱেম্বৰত সামৰণি পৰিব। যত অংশগ্ৰহণ কৰিছে অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাই।

Top 5 Picnic Spots in Assam: বনভোজৰ বতৰ আহিছে, অসমৰ এইকেইখন বনভোজস্থলীলৈ গৈছেনে?

Top 5 Picnic Spots in Assam: বনভোজৰ বতৰ আহিছে, অসমৰ এইকেইখন বনভোজস্থলীলৈ গৈছেনে?

সমাগত বনভোজৰ বতৰ। পুৰণি বছৰটোক বিদায় দি নতুন বছৰটো আদৰিবলৈ সকলোৱে এটা ভাল স্থানত লগে ভাগে এসাঁজ খাব বিচাৰে। এই সময়ত বহুজনে ফুৰিব যাবলৈ এটা ভাল স্থান বিচাৰে কিন্তু ক’ত যাব ভাবি নাপায়। যদিহে আপোনাৰো এই সমস্যা হয়, তেন্তে এই খবৰ আপোনাৰ বাবে।

আমেৰিকাৰ অভিযোগৰ পিছত আদানী গ্ৰুপে ল’লে ডাঙৰ সিদ্ধান্ত, দাখিল নকৰে এই বণ্ডসমূহ

আমেৰিকাৰ অভিযোগৰ পিছত আদানী গ্ৰুপে ল’লে ডাঙৰ সিদ্ধান্ত, দাখিল নকৰে এই বণ্ডসমূহ

আদানী গ্ৰুপে এক বিবৃতি জাৰি কৰিছে, য’ত কোম্পানীটোৱে বণ্ডৰ সৈতে জড়িত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযোজকসকলে দাখিল কৰা এটা গোচৰত কোৱা হৈছে যে, আদানী গ্ৰুপে ভাৰতত সৌৰশক্তিৰ চুক্তি পাবলৈ ২১১০ কোটি টকা উৎকোচ দিছে।

আমেৰিকাৰ পৰা অহা এক প্ৰতিবেদনৰ বাবেই মাথোঁ কিছুসময়ৰ ভিতৰতে ২.২৪ লাখ কোটি টকা লোকচান আদানীৰ

আমেৰিকাৰ পৰা অহা এক প্ৰতিবেদনৰ বাবেই মাথোঁ কিছুসময়ৰ ভিতৰতে ২.২৪ লাখ কোটি টকা লোকচান আদানীৰ

আদানী গ্ৰুপৰ শ্বেয়াৰত ১০ৰ পৰা ২০ শতাংশ হ্ৰাস পোৱা দেখা গৈছে। আনহাতে আদানী এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ ১৫ শতাংশ হ্ৰাস পাইছে। আদানী পোৰ্ট এণ্ড এচ ই জেড, আদানী পাৱাৰ আৰু গ্ৰীণ এনাৰ্জীৰ সৈতে জড়িত ষ্টকত বৃহৎ হ্ৰাস দেখা পোৱা গৈছে। যাৰ বাবে কেইমিনিটমানৰ ভিতৰতে আদানী গ্ৰুপৰ মাৰ্কেট কেপত ২.২৪ লাখ কোটি টকা লোকচান হয়।

IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই

IFFI 2024: গোৱাত আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, এই অনুষ্ঠানৰ শোভা বঢ়াইছে বহু নামী-দামী তাৰকাই

৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হয় গোৱাত। এই উপলক্ষে বলীউড, টলীউড আৰু টিভিৰ বহু তাৰকাই অংশগ্ৰহণ কৰে। লগতে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰৰ উপস্থিতিৰে অনুষ্ঠানটোৰ সৌন্দৰ্য বৃদ্ধি কৰে।

১০০ কোটি টকা ব্যয়েৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ ছহিদ স্মাৰক উদ্যান, য’ত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি

১০০ কোটি টকা ব্যয়েৰে মহানগৰীৰ বৰাগাঁৱত নিৰ্মাণ ছহিদ স্মাৰক উদ্যান, য’ত থাকিব অসম আন্দোলনৰ ছহিদৰ প্ৰতিকৃতি

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই ছহিদ স্মাৰক উদ্যানৰ নিৰ্মাণৰ বুজ লয়। ডিচেম্বৰত বা অহা বছৰৰ আৰম্ভণিতে মুকলি কৰা হ'ব পাৰে এই উদ্যানখন। অসম আন্দোলনৰ ৮৫৫গৰাকী ছহিদৰ প্ৰতিকৃতি থাকিব উদ্যানখনত।

টাটাৰ এই কোম্পানীটোৱে দি আছে ব্যৱসায় কৰাৰ সুযোগ! প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক টকা কৰিব পাৰিব উপাৰ্জন

টাটাৰ এই কোম্পানীটোৱে দি আছে ব্যৱসায় কৰাৰ সুযোগ! প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক টকা কৰিব পাৰিব উপাৰ্জন

যদি আপুনি এনে এটা ব্যৱসায়িক ধাৰণা বিচাৰে য’ত আপুনি বেছি বিনিয়োগ নকৰাকৈয়ে আপোনাৰ কাম আৰম্ভ কৰিব পাৰে, তেন্তে আপুনি টাটা গ্ৰুপৰ সৈতে কাম কৰিব পাৰে। জানক কোনটো কোম্পানী আৰু ব্যৱসায়ৰ অংশীদাৰ হ'ব।

২০৩০ লৈ ৮.২ লাখ কোটি টকাৰ হ’ব ভাৰতীয় GCC উদ্যোগ, ২৫ লাখ লোকে পাব চাকৰি

২০৩০ লৈ ৮.২ লাখ কোটি টকাৰ হ’ব ভাৰতীয় GCC উদ্যোগ, ২৫ লাখ লোকে পাব চাকৰি

ইণ্ডিয়ান গ্ল’বেল কেপেবিলিটি চেণ্টাৰ উদ্যোগটোৰ মূল্য ২০৩০ চনৰ ভিতৰত প্ৰায় ৮.২২ লাখ কোটি টকা হ’ব, যাৰ ফলত প্ৰায় ২৫ লাখ লোকে চাকৰিৰ সুবিধা লাভ কৰিব। বৰ্তমান জিচিচিৰ বাৰ্ষিক ৰাজহ ৫.৪৩ লাখ কোটি টকা।

অনমোল বিষ্ণোইক আমেৰিকাত কিয় গ্ৰেপ্তাৰ হ’ল? পোহৰলৈ আহিছে এই কাৰণ

অনমোল বিষ্ণোইক আমেৰিকাত কিয় গ্ৰেপ্তাৰ হ’ল? পোহৰলৈ আহিছে এই কাৰণ

ভুৱা পাছপ’ৰ্টৰ সহায়ত আমেৰিকাত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে লৰেন্স বিষ্ণোইৰ ভাতৃ অনমোল বিষ্ণোইক। তেওঁক ইমিগ্ৰেচন আৰু কাষ্টম এনফৰ্চমেণ্ট বিভাগৰ বিষয়াসকলে অহৰহ জেৰা অব্যাহত ৰাখিছে।

Rafael Nadal Retirement: টেনিছৰ পৰা অৱসৰ ল’লে ৰাফেল নাডালে, অন্তিম খেলতো ৰচনা কৰিলে এইদৰে ইতিহাস

Rafael Nadal Retirement: টেনিছৰ পৰা অৱসৰ ল’লে ৰাফেল নাডালে, অন্তিম খেলতো ৰচনা কৰিলে এইদৰে ইতিহাস

স্পেনিছ টেনিছ তাৰকা ৰাফেল নাডালে অৱসৰ গ্ৰহণ কৰিছে। নাডালে ২ দশকজুৰি কেৰিয়াৰত ২২টা গ্ৰেণ্ড শ্লাম খিতাপ লাভ কৰে, ইয়াৰে ১৪টা গ্ৰেণ্ড শ্লাম খিতাপ কেৱল ফ্ৰেঞ্চ অ’পেনৰ ৰূপতহে। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন আৰু ইউ এছ অ’পেনত ২ বাৰকৈ আৰু উইম্বলডনত ৪ বাৰকৈ জয়লাভ কৰিছে। নাডালৰ নামত ডেভিছ কাপৰ ৪টা খিতাপও আছে।