5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো
user

Barasha Sarma

Senior Sub Editor

barasha.sarma@tv9.com

দ্যা চেন্টিনেলৰ জৰিয়তে ২০১৯ চনত মই মোৰ সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰিছিলো। তাৰ পাছত টাইম-৮ আৰু অসমীয়া প্ৰতিদিনত সেৱা আগবঢ়াও। এই সময়চোৱাত সামাজিক সমস্যা, নাৰীজনিত অপৰাধমূলত ঘটনা, বিশেষকৈ ৰাজৈনিতক বিষয় সম্পৰ্কীয় বাতৰিৰ লগত জড়িত আছিলো। ৰাজনৈতিক বাতৰি মোৰ প্ৰিয়। প্ৰায় ৪ বছৰৰ অভিজ্ঞতা লৈ মই TV-9 Assam ত যোগদান কৰিছিলো। এতিয়া এই যাত্ৰা মোৰ অব্যাহত আছে...

Read More
হায় জীৱশ্ৰেষ্ঠ! চকু দুটা নষ্ট কৰি পেলালে, কোনোদিনে আৰু বনলৈ উভতিব নোৱাৰিব কলিয়াবৰৰ বাঘটো

হায় জীৱশ্ৰেষ্ঠ! চকু দুটা নষ্ট কৰি পেলালে, কোনোদিনে আৰু বনলৈ উভতিব নোৱাৰিব কলিয়াবৰৰ বাঘটো

কলিয়াবৰৰ একাংশ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ঠ কাণ্ড। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা ঢেকীয়াপতিয়া বাঘক চিৰদিনৰ বাবে কণা কৰিলে একাংশই। যাৰ বাবে এতিয়া আৰু বাঘটো বনলৈ ঘূৰিব নোৱাৰে।

অসমৰ এইখন জিলাত গাহৰিৰ মাংসত নিষেধাজ্ঞা! জানক কাৰণ…

অসমৰ এইখন জিলাত গাহৰিৰ মাংসত নিষেধাজ্ঞা! জানক কাৰণ…

গাহৰি খাই ভাল পোৱা একাংশৰ বাবে বেয়া খবৰ! কিয়নো অসমৰ এখন জিলাত গাহৰিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যাৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত গাহৰি কাটিব বা বিক্ৰী কৰিব নোৱাৰে।

মোক ২০ জন বিধায়ক দিয়ক, মই সকলো অসমীয়াক ধনী কৰি দিমঃ অখিল গগৈ

মোক ২০ জন বিধায়ক দিয়ক, মই সকলো অসমীয়াক ধনী কৰি দিমঃ অখিল গগৈ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। প্ৰতিদিনেই বিধায়কগৰাকীয়ে সম্বোধন কৰি গৈছে এখনৰ পাছত আন এখন জনসভা। সমান্তৰালকৈ ১ ডিচেম্বৰৰ পৰা ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে তেওঁ।

গৌৰৱ! DGP পিতৃৰ অৱসৰত পেৰেড কমাণ্ডাৰৰ দায়িত্ব পালন কৰিব কন্যাই…

গৌৰৱ! DGP পিতৃৰ অৱসৰত পেৰেড কমাণ্ডাৰৰ দায়িত্ব পালন কৰিব কন্যাই…

বৰ্তমানৰ ডিজিপি সুধীৰ ছাক্সেনাৰ অৱসৰৰ লগে লগে ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান কোন হব তাক লৈ চিন্তা চৰ্চা চলি আছে। ডি জি পিৰ দৌৰত নাম আছে আই পি এছ অৰবিন্দ কুমাৰ, আই পি এছ কৈলাশ মাকৱানা, আই পি এছ পৱন শ্ৰীবাস্তৱকে ধৰি বহুকেইজনৰ নাম।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানা আৰু ডমিনিকা চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানা আৰু ডমিনিকা চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানা আৰু ডমিনিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোদীক গায়ানা চৰকাৰে “অৰ্ডাৰ অৱ এক্সেলেন্স” বঁটা প্ৰদান কৰাৰ লগতে ডমিনিকা চৰকাৰে 'ডমিনিকা এৱাৰ্ড অৱ অনাৰ' প্ৰদান কৰে।

সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী

সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী

সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী...10 predictions of Baba vaanga that have come true know in details

আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি…

আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি…

আচৰিত! এইবিধ সৰু বস্তু বেগত ৰাখিলে হয় ধন বৃদ্ধি...take 2 long clove on your purse money will come Astro tips

১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা…

১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব অসম গ্ৰন্থমেলা…

শীতৰ লগে লগে আহিছে গ্ৰন্থৰ বতৰ। প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলা ১২ দিনলৈ চলিব। পূৰ্বতে গ্ৰন্থমেলাৰ দিন ঘোষণা কৰা হৈছিল যদিও বিশেষ কাৰণত এই দিন সলনি হয়।

তীব্ৰ বেগী বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, থিতাতে মৃত্যু ৫, আহত ১৫জনৰো অধিক…

তীব্ৰ বেগী বাছ আৰু ট্ৰাকৰ প্ৰচণ্ড সংঘৰ্ষ, থিতাতে মৃত্যু ৫, আহত ১৫জনৰো অধিক…

এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ ল'লে কেইবাজনলোকৰ। বাছ চালকৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে তীব্ৰবেগত অহা বাছখনে এখন ট্ৰাকক খুন্দা মাৰে। যাৰ ফলত ৫জনতকৈ অধিক লোকৰ মৃত্যু হয়।

আহি আছে অসমৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’, অভিনয় কৰিব আচুৰ্য, নীল আকাশে…

আহি আছে অসমৰ প্ৰথমখন মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’, অভিনয় কৰিব আচুৰ্য, নীল আকাশে…

মিছন চাইনা, কাঞ্চনজংঘা, চিকাৰ আদিৰ সফলতাৰ পাছত আহি আছে জুবিন গাৰ্গৰ নতুন অসমীয়া ছবি 'ৰৈ ৰৈ বিনালে'। ইতিমধ্যে কন্ঠশিল্পীগৰাকীয়ে ঘোষণা কৰিছে ছবিখনৰ মুক্তিৰ আনুষ্ঠানিক ঘোষণা। শীঘ্ৰেই ৰাইজৰ মাজলৈ আহিব 'ৰৈ ৰৈ বিনালে'।

এই ৰাশিৰ লোকৰ বাবে আজি হ’ব টকাৰ বৰষুণ! চাওক আজিৰ দিনটোৰ ৰাশিফল…

এই ৰাশিৰ লোকৰ বাবে আজি হ’ব টকাৰ বৰষুণ! চাওক আজিৰ দিনটোৰ ৰাশিফল…

জ্যোতিষ শাস্ত্ৰই প্ৰতিটো ৰাশিৰ প্ৰতিটো দিন কেনে যাব সেই বিষয়ে কয়। আজিৰ দিনটোত কোনো ৰাশিৰ যদি ভাল যোগ আছে আন কোনোৰ কিছু বেয়া যোগ আছে। ভাল বেয়াৰ মাজেৰে কেইবাটা ৰাশিৰ দিন পাৰ হোৱাৰ সম্ভাৱনা আছে।

গুৱাহাটী মহানগৰীৰ ভয়ংকৰ তথ্য! চলিত বৰ্ষত বৰ্তমানলৈ পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা

গুৱাহাটী মহানগৰীৰ ভয়ংকৰ তথ্য! চলিত বৰ্ষত বৰ্তমানলৈ পথ দুৰ্ঘটনাৰ সংখ্যা ৯৯২ টা

গুৱাহাটীৰ বাৰ বা একাংশ ৰেষ্টুৰেন্টক সকীয়নি প্ৰদান কৰিলে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। নিশা বাৰসমূহত কিহৰ ব্যৱসায় চলে, কোনে, কেনেকৈ ব্যৱসায় চলাই এই সকলো তথ্য আৰক্ষীৰ হাতত আছে বুলি তেওঁ জনায়। ইয়াৰোপৰি যুৱতীসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই আৰক্ষী আয়ুক্তগৰাকীয়ে।