শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
user

Raj Saikia

Senior Sub Editor

raj.saikia@tv9.com

২০১৮ চনত মই সাংবাদিকতা আৰম্ভ কৰিছিলোঁ ইটিভি ভাৰতত । প্ৰায় ৭ বছৰৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ থকাৰ পাছত ২০২৪ চনত শেহভাগত অব্যাহতি লওঁ । বৰ্তমান টিভি-৯ অসম ডিজিটেলত জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত হৈ আছোঁ । সাংবাদিকতাৰ বাহিৰেও কবিতা, গল্প আদি লিখাত মোৰ ৰুচি আছে ।

Read More
ট্ৰাম্পৰ চাপক প্ৰত্যাহ্বান ভাৰতীয় বজাৰৰ, উত্থানৰ চেষ্টা বেঞ্চমাৰ্ক সূচকৰ

ট্ৰাম্পৰ চাপক প্ৰত্যাহ্বান ভাৰতীয় বজাৰৰ, উত্থানৰ চেষ্টা বেঞ্চমাৰ্ক সূচকৰ

দুই বেঞ্চমাৰ্ক সূচকৰ লগতে আজি নিম্নগামী হয় নিফটি বেংক, নিফটি ফিনান্সিয়েল ছার্ভিচেছ, বিএছই বেংকেক্স, নিফটি নেক্সট ফিফটি, নিফটি হাণ্ড্ৰেড, নিফটি মিডকেপ হাণ্ড্ৰেড আৰু বিএছই হাণ্ড্ৰেডৰ দৰে সূচক ।

আৰম্ভনিতে নিৰাশা! ৰাজস্থানৰ লক্ষ্যত সঠিক আঘাত হানিব পাৰিব নে আৰ্চাৰে?

আৰম্ভনিতে নিৰাশা! ৰাজস্থানৰ লক্ষ্যত সঠিক আঘাত হানিব পাৰিব নে আৰ্চাৰে?

ৰাজস্থান ৰয়েলছৰ প্ৰথমখন মেচত জোফ্ৰাক লৈ অস্বস্তি অধিক বৃদ্ধি পায় । ৰাজস্থান শিবিৰত সৰ্বাধিক ৰান খৰচ কৰা বলাৰ আছিল জোফ্ৰা আৰ্চাৰ । ছানৰাইজাৰ্ছে তেওঁৰ ৪ অভাৰত ৭৬ ৰান সংগ্ৰহ কৰে । আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰাণ ।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাবে আশাৰ কিৰণ জীশান

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বাবে আশাৰ কিৰণ জীশান

যদিও আই পি এলত হায়দৰাবাদৰ সূৰ্য উদয় এতিয়াও উদয় হোৱা নাই, তথাপিও দিল্লীৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে বলিং কৰি জীশানে নিশ্চিতভাৱে আপ্লুত কৰিছে ক্ৰিকেট প্ৰেমীক । জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল ।

আই পি এলৰ আৰম্ভণিতেই হতাশাজনক প্ৰদৰ্শন, ৰাজস্থানক জয়ৰ দিশে আগুৱাই নিব পাৰিবনে আৰ্চাৰে?

আই পি এলৰ আৰম্ভণিতেই হতাশাজনক প্ৰদৰ্শন, ৰাজস্থানক জয়ৰ দিশে আগুৱাই নিব পাৰিবনে আৰ্চাৰে?

ইংলেণ্ডৰ তাৰকা পেচাৰ জোফ্ৰা আৰ্চাৰে এই পৰ্যন্ত আই পি এলত দুটা ফ্ৰেঞ্চাইজিৰ হৈ খেলিছে । মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ । তেওঁক অৱশ্যে ৰাজস্থান ৰয়েলছ পৰিয়ালৰ সদস্য বুলি ক’ব পাৰি । ২০১৮ চনত গোলাপী জাৰ্চি পিন্ধি আই পি এলত অভিষেক ঘটাইছিল । এবাৰ মুম্বাই ইণ্ডিয়ানছত খেলিছিল । ৰাজস্থান ৰয়েলছে এইবাৰ মেগা নিলামত পুনৰ ক্ৰয় কৰে জোফ্ৰাক ।

আই পি এলত অভিষেকতেই চমক জীশানৰ, ছান ৰাইজাৰ্ছৰ বিজয়ৰ নায়ক হ’বগৈ পাৰিবনে?

আই পি এলত অভিষেকতেই চমক জীশানৰ, ছান ৰাইজাৰ্ছৰ বিজয়ৰ নায়ক হ’বগৈ পাৰিবনে?

আই পি এলত অভিষেক মেচতে দুৰ্দান্ত প্ৰদৰ্শন জীশানৰ । ছান ৰাইজাৰ্ছৰ জীশানে ফাফ ডু প্লেছিছ, ফ্ৰেজাৰ মেকগাৰ্ক আৰু কে এল ৰাহুলৰ দৰে ডাঙৰ বেটছমেনক আউট কৰি সকলোকে আচৰিত কৰি তুলিছিল । খেলখনত তেওঁ অকলে তিনিটা উইকেট দখল কৰে ।

পিতৃ-মাতৃয়ে পছন্দ কৰা নাছিল তেওঁৰ পেচা, সেই পেচাৰেই ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিলে ২৩ কোটিৰ ধাৰ

পিতৃ-মাতৃয়ে পছন্দ কৰা নাছিল তেওঁৰ পেচা, সেই পেচাৰেই ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিলে ২৩ কোটিৰ ধাৰ

চেনে পাঁচ বছৰ বয়সৰ পৰাই কেলিগ্ৰাফী শিকিবলৈ আৰম্ভ কৰিছিল, এই শিল্পৰ প্ৰেমত পৰিছিল তেওঁ । কিন্তু তেওঁৰ নিষ্ঠা সত্ত্বেও তেওঁৰ পিতৃ-মাতৃয়ে সঁহাৰি জনোৱা নাছিল । কিন্তু চেনে নিজকে প্ৰমাণ কৰি দেখুৱালে ।

চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বনাব খোজা বৃহৎ নদী বান্ধে চিন্তা বৃদ্ধি কৰিছে উত্তৰ-পূব ভাৰতত

চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বনাব খোজা বৃহৎ নদী বান্ধে চিন্তা বৃদ্ধি কৰিছে উত্তৰ-পূব ভাৰতত

চীনে ইয়াৰলুং ছাংপো (ভাৰতত ব্ৰহ্মপুত্ৰ) নদী নিৰ্মাণ কৰিব খোজা বৃহৎ নদীবান্ধ প্ৰকল্পই উত্তৰ-পূবৰ অৰুণাচল আৰু অসমৰ বাবে ব্যাপক শংকা কঢ়িয়াই আনিছে । কিদৰে এই দুখন ৰাজ্যক প্ৰভাৱিত কৰিব পাৰে এই নদীবান্ধে ।

ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, বেঞ্চমাৰ্ক সূচকৰ লগতে ঊৰ্ধগামী বিভিন্ন খণ্ডৰ সূচক

ঊৰ্ধগামী শ্বেয়াৰ বজাৰ, বেঞ্চমাৰ্ক সূচকৰ লগতে ঊৰ্ধগামী বিভিন্ন খণ্ডৰ সূচক

আজি ৩৭৪ পইন্ট বাঢ়িছে নিফটি ফিফটি আৰু ১,০৮৯ পইন্ট বাঢ়িছে ছেনছেক্স ।

২৭ কোটিত নিলাম হোৱা ঋষভে লক্ষ্ণৌৰ শিবিৰলৈ আনিব পাৰিব নে ট্ৰফী?

২৭ কোটিত নিলাম হোৱা ঋষভে লক্ষ্ণৌৰ শিবিৰলৈ আনিব পাৰিব নে ট্ৰফী?

২০২৫ চনৰ আই পি এলৰ নিলামত ২৭ কোটি টকাত ঋষভক ক্ৰয় কৰে লক্ষ্ণৌ ছুপাৰ জায়েন্টছে । আই পি এলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হৈ পৰিল পন্ট । দিয়া হ'ল লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব । পন্টৰ ওপৰত অনেক আশা আছে অনুৰাগী আৰু দলৰ ।

দাৰিদ্ৰতা অতিক্ৰমী ক্ৰিকেটাৰ হোৱাৰ সপোন পূৰণ কৰা চেতন ছাকাৰিয়াৰ কাহিনী জানেনে?

দাৰিদ্ৰতা অতিক্ৰমী ক্ৰিকেটাৰ হোৱাৰ সপোন পূৰণ কৰা চেতন ছাকাৰিয়াৰ কাহিনী জানেনে?

২০২১ চনৰ আই পি এল নিলামত ৰাজস্থান ৰয়েলছে তেওঁক ১.২ কোটি টকাত ক্ৰয় কৰে । তাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে মৃত্যু হৈছিল কনিষ্ঠ ভাতৃৰ । সেই দুখৰ পাছতো ছাকাৰিয়াই আই পি এলত সুন্দৰ প্ৰদৰ্শন কৰে । । তেওঁ ১৪ খন মেচত ১৪ টা উইকেট দখল কৰে ।

শ্বেয়াৰ বজাৰৰ গ্ৰাফ আজি ঊৰ্ধগামী, স্বস্তিৰ নিশ্বাস এৰিলে বিনিয়োগকাৰীয়ে

শ্বেয়াৰ বজাৰৰ গ্ৰাফ আজি ঊৰ্ধগামী, স্বস্তিৰ নিশ্বাস এৰিলে বিনিয়োগকাৰীয়ে

দুই বেঞ্চমাৰ্ক সূচকৰ লগতে আজি ঊৰ্ধগামী হৈছে একাধিক খণ্ডৰ সূচক । ১,২৬১ পইন্ট বাঢ়িছে নিফটি নেক্সট ফিফটি সূচক । ১,০২৮ পইন্ট বাঢ়িছে নিফটি মিডকেপ হাণ্ড্ৰেড সূচক । ৯৫৮ পইন্ট বাঢ়িছে বিএছই স্মলকেপ সূচক ।

দেশৰ ভিতৰতে তৃতীয় শীৰ্ষ ৰাজ্য অসম, কিহৰ ভিত্তিত সম্ভৱ হ’ল এয়া?

দেশৰ ভিতৰতে তৃতীয় শীৰ্ষ ৰাজ্য অসম, কিহৰ ভিত্তিত সম্ভৱ হ’ল এয়া?

অসমৰ মূলধনী ব্যয় ২০১৫–১৬ চনত ২,৯৫১ কোটি টকাৰ পৰা ২০২৪–২৫ চনত আনুমানিক ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিয়ে উন্নয়নমূলক ব্যয়ৰ ব্যাপক সম্প্ৰসাৰণৰ প্ৰতিফলন ঘটায় । মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইয়াৰ ফলত অসমক মূলধনী বিনিয়োগৰ অন্যতম শীৰ্ষ ৰাজ্য হিচাপে স্থান দিয়া হৈছে ।