আজি গুৱাহাটীত সোণ-ৰূপৰ দাম কিমান ? জানক
দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৭ হাজাৰ ৫৮০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৯০০ টকাত বিক্ৰী হৈছে। আজি গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ ? জানক
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5