ঊৰ্ধগামী বেঞ্চমাৰ্ক সূচক, ১০০০ ৰো অধিক বাঢ়িল নিফটি আইটি সূচক

আজি ঊৰ্ধগামী হৈছে দুই বেঞ্চমাৰ্ক সূচকৰ লগতে আন কেবাটাও সূচক । অৱশ্যে তাৰ লগতে নিম্নগামীও হৈছে বহুকেইটা সূচক । আইটি সূচক ঊৰ্ধগামী ।

ঊৰ্ধগামী বেঞ্চমাৰ্ক সূচক, ১০০০ ৰো অধিক বাঢ়িল নিফটি আইটি সূচক

প্ৰতীকী ছবি

Published: 

23 Apr 2025 20:25 PM

আজি ২৩ এপ্রিল । ১১৫ পইন্ট বাঢ়িছে ভাৰতৰ বজাৰৰ অন্যতম বেঞ্চমাৰ্ক সূচক নিফটি ফিফটি । দেশৰ আন এক বেঞ্চমার্ক সূচক ছেনছেক্স বাঢ়িছে ৫২০ পইন্ট । কিন্তু এই উত্থানৰ মাজতে নিফটি বেংক নামিছে ৩৫৪ পইন্ট । বিএছই বেংকেক্স নামিছে ৫২০ পইন্ট ।

নিফটি নেক্সট ৫০ সূচক নামিল ৪৫১ পইন্ট । নিফটি মিডকেপ ১০০ সূচক বাঢ়িছে ৬৪৩ পইন্ট । নিফটি অটো সূচক বাঢ়িছে ৫২০ পইন্ট । নিফটি আইটি বাঢ়িছে ১,৪৭৩ পইন্ট ।

ভাৰতৰ দুই বেঞ্চমার্ক সূচকৰ বৃদ্ধিৰ সমান্তৰালকৈ বাঢ়িছে জাপানী সূচক নিক্কেই । ৬৪৮ পইন্ট বাঢ়িছে এই সূচক । ইফালে চীনা সূচক হেংছেঙো আজি ঊৰ্ধগামী হয় । ৫১০ পইন্ট বাঢ়িছে এই সূচক ।

শ্বেয়াৰ মাৰ্কেটৰ এই ধৰণ গৱেষণামূলক তথ্য ভাল লাগিলে অৱশ্যেই লাইক কৰক । আন কোনো শ্বেয়াৰৰ বিষয়ে জানিব খুজিলে কমেন্টযোগে জনাওক । পৰৱৰ্তী ভিডিঅ’ত আমি সেই বিষয়ে আলোচনা কৰিম ।

আজি কি কি বাঢ়িল:
আজি আপাৰ চার্কিট স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে মাইণ্ডটেক ইণ্ডিয়া, বর্ধমান স্পেচিয়েল ষ্টীল, ছিগমা চল্ভ, এপটেক, মোদী ৰাবাৰ ।

আজি কি কি কমিল:
বহু কেইটা কোম্পানীৰ শ্বেয়াৰ আজি নিম্নগামী হয় । ইয়াৰ ভিতৰত আছে জম্মু এণ্ড কাশ্মীৰ বেংক, উমা এক্সপোর্টছ, ৰবি কুমাৰ ডিষ্টিলাৰীছ, বাজাৰ ষ্টাইল ৰিটেল, জেল্পমক ডিজাইন টেকৰ শ্বেয়াৰ ।

বজাৰৰ টুকুৰা খবৰ:

  • আজি শ্বেয়াৰে প্রতি ২৮ টকা লভ্যাংশ দিয়ে স্কেফলাৰ ইণ্ডিয়াই
  • আজি চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে মহাৰাষ্ট্র স্কুটাৰ্ছ, এইমকো এলিকন, এএনএছ ইণ্ডাষ্ট্ৰীজ আৰু এলটিআই মাইণ্ডট্ৰিয়ে
  • আজি বার্ষিক ফলাফল প্রকাশ কৰিছে এইমট্রন ইলেকট্রনিক্স, ইন্টাৰনেশ্যনেল ট্রেভেল হাউছ, বেলিছ ইণ্ডিয়া, ছুপ্রিম পেট্রোকেম, ওৱেণ্ডট ইণ্ডিয়া, খইটান কেমিকেলছ এণ্ড ফার্টিলাইজাৰ্ছ, কেন ফিন হোমছ, ইণ্ড বেংক হাউছিং, ফিলাটেক্স ইণ্ডিয়া, ডেন নেটওৱর্কছ, ছিনজিনি ইন্টাৰনেশ্যনেল আৰু তামিলেণ্ড মার্কেন্টাইলে
  • বার্ষিক ফলাফলৰ লগতে চতুর্থ ত্রৈমাসিকৰ ফলাফল প্রকাশ কৰিছে মংগলম গ্ল’বেল এন্টাৰপ্রাইজ, টাটা কনজিউমাৰ প্রডাক্টছ, গুজৰাট হোটেলছ, আইআইআৰএম হোল্ডিংছ ইণ্ডিয়া, গ্রেভিটি, টাটা টেলিছার্ভিচ, টিপছ মিউজিক, ৰেফেক্স ইণ্ডাষ্ট্ৰীজ, এষ্টেক লাইফ ছাইন্সেছ, থাইৰোকেয়াৰ টেক, ডালমিয়া ভাৰত, ৩৬০ ওৱান ওৱাম আৰু বাজাজ হাউছিং ফাইনেন্সে
  • আজি ৫২ সপ্তাহৰ সর্বোচ্চ স্তৰ স্পৰ্শ কৰিছে একাধিক কোম্পানীয়ে । ইয়াৰ ভিতৰত আছে ইউপিএল, বিএছই, এছবিএফচি ফাইনেন্স, কৃষ্ণা ইন্সটিটিউট অৱ মেডিকেল ছাইন্সেছ, লৰাস লেবছ, এইচডিএফচি বেংক, জেকে চিমেন্ট আৰু ভাৰতী হেক্সাকম ।
  • কোনো কোম্পানীয়ে আজি ৫২ সপ্তাহৰ সর্বনিম্ন স্তৰ স্পৰ্শ কৰা নাই

২৩ এপ্রিলত বজাৰ বন্ধ হোৱা সময়লৈকে পোৱা তথ্য

কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খুজিলে সেই শ্বেয়াৰৰ বিষয়ে সবিশেষ অধ্যয়ন আৰু বিশ্লেষণ কৰক । এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে । TV9-অসমে কোনো বিনিয়োগৰ পৰামৰ্শ নিদিয়ে ।

বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে । গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক । তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক ।

প্ৰতিবেদক- সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

টুথব্ৰাছত লক্ষ্য কৰিছেনে এই প্ৰয়োজনীয় দিশ? সাৱধান, নাই কৰা যদি হ’ব পাৰে বিস্তৰ ক্ষতি..
মুখৰ কৰ্কট ৰোগৰ প্ৰধান লক্ষণসমূহ কি কি? সবিশেষ জানক
দাঁতৰ বিষ হয় নেকি? তেন্তে এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ মুখত বাৰে বাৰে ঘাঁ হয় নেকি? তেন্তে জানক ইয়াৰ কাৰণ...