Gold Price Today: আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? জানক গুৱাহাটীৰ দামৰ তাৰতম্য…
আজিৰ দিনটোৰ ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৮২০ টকা। বৃহস্পতিবাৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৯৫০ টকা আছিল । ইফালে আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,২২৫ টকা হোৱা দেখা গৈছে । একেদৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৪৫ টকা।
Gold Price Today: বিগত কিছু দিন ধৰি দেশত সোণ-ৰূপৰ দাম উঠা-নমা হৈছে আছে । শুকুৰবাৰৰ ৰাতিপুৱাৰ ভাগত পুনৰ সোণৰ দাম সামান্য বৃদ্ধি হোৱা দেখা গৈছে।গুড ৰিৰ্টানচৰ তথ্য অনুসৰি, আজি ভাৰতত ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম হৈছে ৭২, ২৫০ টকা। বৃহস্পতিবাৰে ইয়াৰ দাম আছিল ৭১,৪৫০ টকা।
একেদৰে আজিৰ দিনটোৰ ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,৮২০ টকা। বৃহস্পতিবাৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭,৯৫০ টকা আছিল । ইফালে আজিৰ দিনটোত ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,২২৫ টকা হোৱা দেখা গৈছে । একেদৰে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৪৫ টকা।
দেশৰ শীৰ্ষ চহৰসমূহৰ সোণৰ শেহতীয়া মূল্য জানক
- দিল্লীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,১৬১ টকা। প্ৰতি গ্ৰাম ২৪ কেৰেটত ৭,৮১১ টকা।
- আজি চেন্নাইত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,১৪৬ টকা। প্ৰতি গ্ৰাম ২৪ কেৰেটত ৭,১৯৬ টকা।
- আজি মুম্বাইত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,১৪৬ টকা। প্ৰতি গ্ৰাম ২৪ কেৰেটত ৭,১৯৬ টকা।
- আজি কলকাতাত প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৭,১৪৬ টকা। প্ৰতি গ্ৰাম ২৪ কেৰেটত ৭,১৯৬ টকা।
আজি গুৱাহাটীত সোণৰ দাম কিমান ?
আজিৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ৭, ১৯৬ টকা । যোৱা কালি ইয়াৰ মূল্য আছিল ৭, ১৪৫ টকা । একেদৰে গুৱাহাটী ২৪ কেৰেট সোণৰ মূল্য আজিৰ দিনটোত প্ৰতি গ্ৰামত ৭,৭৯৬ হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭,৭৯৫ টকা । ইয়াৰ সমান্তৰালভাৱে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৪৬০ টকা হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭১,৪৫০ টকা । আজি গুৱাহাটী ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৭, ৯৬০ টকা হোৱা দেখা গৈছে । যোৱা কালি ইয়াৰ মূল্য আছিল ৭৭, ৯৫০ টকা । আজিৰ দিনটোৰ গুৱাহাটীতো সোণৰ মূল্য প্ৰায় ১০ টকা বৃদ্ধি পোৱা দেখা গৈছে ।
ৰূপৰ দাম
আজিৰ দিনটোত গুৱাহাটীত ৰূপ দামত কোনো হ্ৰাস-বৃদ্ধি হোৱা নাই । আজিৰ দিনটোত ৰূপৰ প্ৰতি গ্ৰামৰ মূল্য হৈছে ৯২ টকা । বৃহস্পতিবাৰৰ দিনটোত প্ৰতি গ্ৰাম ৰূপৰ মূল্য ৯১ টকাই আছিল । একেদৰে প্ৰতি কেজি ৰূপৰ মূল্য আজি দিনটোত ৯২০০০ টকা হোৱা দেখা গৈছে । বৃহস্পতিবাৰৰ দিনটোতো একেই আছিল প্ৰতি কেজি ৰূপৰ মূল্য।