বাঢ়িল নে কমিল সোণৰ দাম! গুৱাহাটীসহ দেশৰ আন চহৰত আজি কিমান দৰত বিক্ৰী হৈছে সোণ, চাওক..

দেশৰ লগতে সমগ্ৰ বিশ্বতে সোণক এক মূল্যৰ সম্পদ তথা সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰি অহা হৈছে। চাহিদা আৰু যোগান, মুদ্ৰাস্ফীতি, ভূ-ৰাজনৈতিক কাৰক ইত্যাদি বিভিন্ন কাৰণত বজাৰত নিয়মিতভাৱে সোণৰ মূল্যৰ পৰিৱৰ্তন ঘটা দেখা যায়। চাওঁ আহক গুৱাহাটীৰ লগতে দেশৰ আন কেইখনমান চহৰত আজি সোণৰ দাম।

বাঢ়িল নে কমিল সোণৰ দাম! গুৱাহাটীসহ দেশৰ আন চহৰত আজি কিমান দৰত বিক্ৰী হৈছে সোণ, চাওক..

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

30 Nov 2024 10:31 AM

বজাৰত নিয়মিতভাৱে উঠা-নমা হয় সোণৰ দৰ। কেতিয়াবা হঠাতে যদি সোণৰ দাম বহু পৰিমাণে হ্ৰাস পায়, আন কেতিয়াবা আকৌ অভূতপূৰ্ব হাৰত বৃদ্ধি পোৱা দেখা যায়। দেশৰ লগতে সমগ্ৰ বিশ্বতে সোণক এক মূল্যৰ সম্পদ তথা সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰি অহা হৈছে। এনে প্ৰাসঙ্গিকতাৰ বাবেই বৰ্তমান সময়ত সোণৰ ওপৰত বিনিয়োগৰ ধাৰণাই যথেষ্ট প্ৰসাৰতা লাভ কৰিছে। চাহিদা আৰু যোগান, মুদ্ৰাস্ফীতি, ভূ-ৰাজনৈতিক কাৰক ইত্যাদি বিভিন্ন কাৰণত সোণৰ মূল্যৰ পৰিৱৰ্তন ঘটা দেখা যায়।

আজি ভাৰতীয় বজাৰত বৃদ্ধি পাইছে সোণৰ দাম। দেশৰ বজাৰত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭৮,২৭০ টকা হৈছে। ইয়াৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৭৭০ টকা হৈছে। ইফালে সোণৰ লগতে ভাৰতৰ বজাৰত আজি ৰূপৰ দৰো বৃদ্ধি পাইছে। ৰূপৰ দৰ প্ৰতি কিলোগ্ৰাত ৯১,৬০০ টকালৈ বৃদ্ধি পাইছে ভাৰতীয় বজাৰত।

চাওঁ আহক গুৱাহাটীৰ লগতে দেশৰ আন কেইখনমান চহৰত আজি সোণৰ দাম-

দিল্লীত ২২ কেৰেট সোণৰ মূল্য ৭১,৭৭০ টকা। আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৮,২৭০ টকা

মুম্বাইত ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকা

কলকাতাত ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকা

বাংগালুৰুত ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকা

আহমেদামাদতো ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকা

লক্ষ্ণৌত ২২ কেৰেট সোণৰ মূল্য ৭১,৭৭০ টকা। আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৮,২৭০ টকা

পাটনাত ২২ কেৰেট সোণৰ মূল্য ৭১,৬৬০ টকা। আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১৭০ টকা

জয়পুৰত ২২ কেৰেট সোণৰ মূল্য ৭১,৭৭০ টকা। আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৮,২৭০ টকা

চেন্নাইত ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকা

ভুৱনেশ্বৰ, পুনে আৰু হায়দৰাবাদতো ২২ কেৰেট সোণৰ মূল্য ৭১,৬১০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য ৭৮,১২০ টকাত আজি উপলব্ধ হৈছে।

আনহাতে গুৱাহাটীত আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭০,২৯০ টকা হৈছে। একদৰে ২৪ কেৰেট সোণৰ ক্ষেত্ৰত প্ৰতি ১০ গ্ৰাম ৭৬,৭৩৮ টকা মূল্যত আজি গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

শীঘ্ৰেই লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৯ তম কিস্তি, এইদৰে কৰক মোবাইল নম্বৰ আপডেট
বাংলাদেশত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কাজিৰঙা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত নাহিদৰ সুৰৰ যাদু, মন মুহিলে সকলোৰে
হিন্দু ধৰ্মৰ প্ৰতিটো পূজাত চাউল কিয় ব্যৱহাৰ কৰা হয় জানেনে?