5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? জানক বছৰৰ প্ৰথমটো দিনত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ…

আজি দেশত ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭১২৬.৩ টকা। একেদৰে আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৬০০ টকা হোৱা দেখা গৈছে। লগতে ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,২০০ টকাৰ আশে-পাশে আছে।

Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? জানক বছৰৰ প্ৰথমটো দিনত গুৱাহাটীত কিমান টকাত বিক্ৰী হৈছে সোণ…
সোণৰ দাম
trishna-kalita
Trishna Kalita | Updated On: 01 Jan 2025 12:28 PM

আজি ২০২৫ৰ প্ৰথমটো দিন। বছৰৰ প্ৰথমটো দিনত পুনৰ হ্ৰাস পালে সোণৰ দাম। আজি দেশত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭৭৭২.৩ টকা।যিয়ে ৪৬০ টকা হ্ৰাসক প্ৰতিফলিত কৰিছে। আজি দেশত ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭১২৬.৩ টকা। একেদৰে আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৬০০ টকা হোৱা দেখা গৈছে। লগতে ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,২০০ টকাৰ আশে পাশে আছে।

ইফালে ভাৰতত ৰূপৰ বৰ্তমান মূল্য হৈছে প্ৰতি কিলোগ্ৰামত ৯৩,৫০০ টকা যি প্ৰতি কিলোগ্ৰামত ১৯০০ টকা হ্ৰাস হোৱা পৰিলক্ষিত হৈছে।

দেশৰ বিভিন্ন চহৰত সোণৰ দাম

  • আজি দিল্লীত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৭,৭১০ টকা । ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,২৫০ টকা
  • মুম্বাইত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৭,৫৬০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,১০০ টকা
  • কলকাতাত আজি ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ৭৭,৫৬০ টকাত বিক্ৰী হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,১০০ টকা।
  • চেন্নাইত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৭,৫৬০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,১০০ টকা।
  • পাটনাত ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৭,৬১০ টকা। । ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,১৫০ টকা।
  • জয়পুৰত আজি ২৪ কেৰেট প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৭৭,৭১০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,২৫০ টকা।
  • বাংগালুৰুত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ৭৭,৫৬০ টকাত বিক্ৰী হৈছে। একেদৰে ২২ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,১০০ টকা

গুৱাহাটীত সোণৰ দাম

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭১, ৫০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৮,০০০টকা। গুৱাহাটীত আজি প্ৰতি গ্ৰাম ২২ কেৰেট সোণৰ দাম সোণৰ দাম ৭১১০ টকা। একেদৰে প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৭,৮০০ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি কিগ্ৰা ৯০,৫০০ টকাত বিক্ৰী হৈছে।

পৰৱৰ্তী সময়ত সোণৰ দামত কি পৰিৱৰ্তন হ’ব?

নতুন বছৰত সোণৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিশেষজ্ঞসকলৰ মতে, টকাৰ মূল্য কমি যোৱা, ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু পশ্চিম এছিয়াৰ উত্তেজনামূলক পৰিস্থিতিয়ে সোণৰ চাহিদা বৃদ্ধি কৰিছে। সুৰক্ষিত বিকল্পৰ প্ৰতি বিনিয়োগকাৰীৰ আগ্ৰহ আৰু অলংকাৰৰ দ্বাৰা ক্ৰয় বৃদ্ধিয়ে ইয়াৰ দামক প্ৰভাৱিত কৰিছে। ইয়াৰ উপৰিও, ডলাৰ শক্তিশালী হোৱা আৰু কেন্দ্ৰীয় বেংকবোৰৰ নীতি পৰিৱৰ্তনৰ বাবে বজাৰৰ অস্থিৰতাৰ সম্ভাৱনা আছে। এই সকলোবোৰ কাৰকৰ বাবে, অনাগত দিনবোৰত সোণৰ মূল্যই উচ্চতা স্পৰ্শ কৰিব পাৰে।

 

Latest News