ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজি বহু দেশ কম খৰচত উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। দেশৰ মহাকাশ যাত্ৰাত ১৯ এপ্ৰিলৰ বিশেষ তাৎপৰ্য আছে। দৰাচলতে আজিৰ এই দিনটোতে ভাৰতে ৰাছিয়াৰ সহায়ত প্ৰথম উপগ্ৰহ আৰ্যভট্টা উৎক্ষেপণ কৰি মহাকাশ গৱেষণাত প্ৰৱেশ কৰিছিল। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোৰ ইতিহাস

Updated On: 

19 Apr 2025 06:48 AM

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বৰ্তমান ভাৰতে বহুখিনি অগ্ৰগতি লাভ কৰিছে । আজি বহু দেশ কম খৰচত উপগ্ৰহ উৎক্ষেপণৰ বাবে ভাৰতৰ ওপৰত নিৰ্ভৰশীল। দেশৰ মহাকাশ যাত্ৰাত ১৯ এপ্ৰিলৰ বিশেষ তাৎপৰ্য আছে। দৰাচলতে আজিৰ এই দিনটোতে ভাৰতে ৰাছিয়াৰ সহায়ত প্ৰথম উপগ্ৰহ আৰ্যভট্টা উৎক্ষেপণ কৰি মহাকাশ গৱেষণাত প্ৰৱেশ কৰিছিল। এয়া আছিল ভাৰতৰ প্ৰথম বৈজ্ঞানিক উপগ্ৰহ।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

  1. ১৪৫১ চনৰ আজিৰ দিনটোতে বাহলুল লোডীয়ে দিল্লী দখল কৰে।
  2. ১৭৭৫ চনৰ আজিৰ দিনটোতে আমেৰিকান বিপ্লৱ আৰম্ভ হয়।
  3. ১৮৮২ চনৰ আজিৰ দিনটোতে কলিকতাত প্ৰথম প্ৰসূতি চিকিৎসালয় মুকলি কৰা হয়।
  4. ১৯১০ চনৰ আজিৰ দিনটোতে হেলিৰ ধুমকেতু প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দৃশ্যমান হয়।
  5. ১৯৩৬ চনৰ আজিৰ দিনটোতে পেলেষ্টাইনত ইহুদী বিৰোধী প্ৰতিবাদ আৰম্ভ হয়।
  6. ১৯৫০ চনৰ আজিৰ দিনটোতে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা প্ৰথম মন্ত্ৰী হিচাপে পৰিগণিত হয়।
  7. ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতে প্ৰথমটো উপগ্ৰহ আৰ্যভট্ট উৎক্ষেপণ কৰি মহাকাশ যুগত প্ৰৱেশ কৰে। এয়া আছিল ভাৰতৰ প্ৰথম বৈজ্ঞানিক উপগ্ৰহ।
  8. ২০১১ চনৰ আজিৰ দিনটোতে কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোৱে ৪৫ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ পৰা পদত্যাগ কৰে।

আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট