AESRB ত চাকৰিঃ গুৱাহাটীত চাকৰি বিচাৰি আছে যদি এই পদৰ বাবে কৰিব পাৰে আবেদন…

আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ। গুৱাহাটীত ওলাইছে চাকৰি। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে।

AESRB ত চাকৰিঃ গুৱাহাটীত চাকৰি বিচাৰি আছে যদি এই পদৰ বাবে কৰিব পাৰে আবেদন...

চাকৰি

Updated On: 

29 Dec 2024 13:45 PM

পুনি অসম বা বিশেষকৈ গুৱাহাটীত চাকৰি বিচাৰি আছে নেকি।তেন্তে আপোনাৰ বাবে এয়া হব পাৰে ভাল খবৰ। কিয়নো গুৱাহাটীত ওলাইছে চাকৰি। শেহতীয়াকৈ Assam Engineering Service Recruitment Board (AESRB), Guwahati  য়ে দুখনকৈ জাননী জাৰি কৰি চাকৰিৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছ্যুক তেন্তে আবেদন কৰিব পাৰে। অসম অভিযান্ত্ৰিক সেৱা নিযুক্তি ব’ৰ্ড জাৰি কৰা অনুসৰি ২৩৪ টা প্ৰবক্তা (কাৰিকৰী), প্ৰবক্তা (অকাৰিকৰী), জ্যেষ্ঠ প্ৰশিক্ষক আৰু লাইব্ৰেৰিয়ান পদত নিযুক্তিৰ আবেদন আহ্বান কৰিছে। এই পদসমূহৰ ভিত্তি গুৱাহাটীত উচ্চ শিক্ষা বিভাগ, অসম চৰকাৰৰ অধীনত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চৰকাৰী পলিটেকনিকত প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিব।

আবেদন কেনেকৈ কৰিব

আবেদন প্ৰক্ৰিয়া ৩ জানুৱাৰী, ২০২৫ ৰ পৰা আৰম্ভ হৈছে ২০ জানুৱাৰী, ২০২৫ লৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে  প্ৰতিষ্ঠানটোৰ ৱেবচাইটত হৈ অনলাইন আবেদন কৰিব পাৰে। official AESRB Recruitment Portal. ত লৈ অনলাইন আবেদন কৰিব পাৰে।

পদসমূহ

 প্ৰবক্তা  Lecturer (Technical) 

মুঠ পদৰ সংখ্যা১৩৮ টা

শাখাভিত্তিক খালী পদ

/ চিভিল ইঞ্জিনিয়াৰিং
/ মেকানিকেল ইঞ্জিনিয়াৰিং

) ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং

)কেমিকেল ইঞ্জিনিয়াৰিং

)কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক

)ইনষ্ট্ৰুমেশ্যন ইঞ্জিনিয়াৰিং

) এগ্ৰিকালছাৰ ইঞ্জিনিয়াৰিং

)ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং

) মেকানিকেল (অটোমোবাইল)ইঞ্জিনিয়াৰিং

১০) ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকছন ইঞ্জিনিয়াৰিং

১১) মাইনিং ইঞ্জিনিয়াৰিং

১২)প্ৰিন্টিং টেকনলজি

১৩)বায় মেডিকেল ইঞ্জিনিয়াৰিং

১৪) টেক্সটাইল কেমেষ্ট্ৰি

১৫) টেক্সটাইল টেকনলজি

প্ৰবক্তা Lecturer (Non-Technical)

পোষ্টৰ সংখ্যা: ৯৬টা পোষ্ট

বিষয়ভিত্তিক খালী পদ:

১/ পদাৰ্থ বিজ্ঞান
২/ ৰসায়ন বিজ্ঞান
৩/ গণিত
৪/ ইংৰাজী
৫/ মানৱীয় (বাণিজ্য)

জ্যেষ্ঠ প্ৰশিক্ষক (Senior Instructor )

পদৰ সংখ্যা৮৫ টা পদ

/ চিভিল ইঞ্জিনিয়াৰিং
/ মেকানিকেল ইঞ্জিনিয়াৰিং

) ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং

) মেকানিকেল (অটোমোবাই) ইঞ্জিনিয়াৰিং

) ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং
/ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক
/ বায়’মেডিকেল ইঞ্জিনিয়াৰিং
/ ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনিয়াৰিং

) ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকছন ইঞ্জিনিয়াৰিং

১০) এগ্ৰিকালছাৰ ইঞ্জিনিয়াৰিং

১১) ৱেভিং এণ্ড ডিজাইন

১২) আৰ্কিটেকছাৰ

১৩) আৰ্ট এণ্ড ড্ৰয়িং

লাইব্ৰেৰিয়ান

পদৰ সংখ্যা২১ টা (অভিযান্ত্ৰিক মহাবিদ্যালয় ৩ টা আৰু পলিটেকনিকটত ১৮ টা।

বয়সঃ

এতিয়ালৈকে বয়সৰ কোনো তথ্য প্ৰকাশ কৰা নাই। অধিক জানিবলৈ প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

অন্য খবৰ পঢ়কঃ IPPB ত ওলাইছে চাকৰিঃ আজিয়েই কৰক আবেদন, দৰমহা প্ৰতিমাহে ২ লাখৰ ওপৰত…

আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে দুপৰ টেঙাই, জানক কি কি আছে উপকাৰী গুণ...