দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ত চাকৰি লাভৰ সুযোগ! এনেকৈ কৰক আবেদন…

Job:দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ওলাইছে চাকৰি। গতিকে ইচ্ছ্যুক আৰু যোগ্য় প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে। ৭ ফেব্ৰুৱাৰীৰ পূৰ্বে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ত চাকৰি লাভৰ সুযোগ! এনেকৈ কৰক আবেদন...

চাকৰি

Published: 

16 Jan 2025 13:57 PM

চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। উচ্চতম ন্যায়ালয়ত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন। এই নিযুক্তিৰ জৰিয়তে ৯০ টা আইন কেৰাণী-সহ-গৱেষণা সহযোগী (Law Clerk-cum-Research Associate ) পদ পূৰণ কৰা হ’ব। গতিকে ইচ্ছ্যুক প্ৰাৰ্থীয় ৭ ফেব্ৰুৱাৰীৰ পূৰ্বে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰে।

পদ

  • পদৰ নামঃ আইন কেৰাণী তথা গৱেষণা সহযোগী  (Law Clerk-cum-Research Associate)
  • পদৰ সংখ্যা- ৮০,০০০ প্ৰতি মাহ
  • স্থান- উচ্চতম ন্যায়ালয়, দিল্লী
  • চাকৰি ভিত্তি- ঠিকাভিত্তিক
  • হেল্পলাইন নম্বৰ- ৯৫১৩২৫১৯৫৫
  • বয়স- প্ৰাৰ্থী ২০ বছৰৰ তলত আৰু ৩২ বছৰৰ ওপৰত হব নোৱাৰিব।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীজন ভাৰতত আইনৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু বাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিকোনো মহাবিদ্যালয়/বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ পৰা আইনত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। স্নাতক হোৱাৰ পিছত পাঁচ বছৰীয়া সংহত আইন পাঠ্যক্ৰমৰ পঞ্চম বৰ্ষ বা তিনি বছৰীয়া আইন পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষত অধ্যয়ন কৰা প্ৰাৰ্থীয়েও আবেদন কৰাৰ যোগ্য হ’ব।

মাচুল

আবেদনকাৰীয়ে ৫০০ টকা মাচুল আদায় কৰিব লাগিব।

অনলাইন আবেদন পত্ৰ- ক্লিক কৰক
বিজ্ঞাপন – ক্লিক কৰক
অফিচিয়েল ৱেবচাইট- ক্লিক কৰক

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • Important Web-Links ত যাওক।
  • Online Application ত লগ ইন কৰক।
  • প্ৰয়োজনীয় তথ্য দিয়ক।
  • মাচুল দি চাবমিট কৰক।
  • আবেদনৰ প্ৰিন্ট আউট লব।

 

অন্য খবৰ পঢ়কঃ Job: ভাৰতীয় বায়ু সেনাত ওলাইছে চাকৰি: কেনেকৈ ক’ত কৰিব আবেদন, জানক…

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?