Bidurbhai Box Office Collection: চৰ্চাত 'বিদুৰভাই'! বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে | Assamese movie Bidurbhai Box Office Collection Assam news - Assam Tv9

Bidurbhai Box Office Collection: চৰ্চাত ‘বিদুৰভাই’! বৰ্তমানলৈ কিমান উপাৰ্জন কৰিলে ছবিখনে

Updated On: 

15 Aug 2024 00:30 AM

ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে বিদুৰভাইৰ যাত্ৰা। এতিয়া সকলোৰে মুখে মুখে মাথোঁ বিদুভাই ছবিখনৰ কথা। জানো আহক ছবিখনৰ এইকেইদিনত উপাৰ্জন কিমান?

1 / 5Rootstock Entertainments ৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

Rootstock Entertainments ৰ বেনাৰত সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

2 / 5

এই ক্ষেত্ৰত বহুতো নতুন নতুন ছবি নিৰ্মাতাই উৎসাহিত হৈ ওলাই আহিছে ভাল ছবি নিৰ্মান কৰি দৰ্শকক উপহাৰ দিবলৈ। ১২ দিন পূৰ্বে মুক্তি লাভ কৰা বিদুৰভাই ছবিখন তাৰেই উদাহৰণ।

3 / 5

ৱেব চিৰিজৰ পৰা পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে বিদুৰভাইৰ যাত্ৰা। এতিয়া সকলোৰে মুখে মুখে মাথোঁ বিদুৰভাই ছবিখনৰ কথা।

4 / 5

২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা 'বিদুৰভাই' ৱেব চিৰিজ খনেও দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল। ৱেব চিৰিজৰ পৰা এতিয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিলৈকে যাত্ৰা বিদুৰভাইৰ।

5 / 5

শ্ৰীৰঘুপতিৰ জনপ্ৰিয়তাৰ পিছত যেন অসমীয়া ছবিজগতৰ সুদিন ঘূৰি আহিছে। ২০২১ চনৰ শেষৰ ফালে মুক্তি লাভ কৰা 'বিদুৰভাই' ৱেব চিৰিজ খনেও দৰ্শকৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?