Maha Shivratri Songs: মহাশিৱৰাত্ৰি উপলক্ষে উপভোগ কৰক কেইটামান বিশেষ জনপ্ৰিয় গীত
ধৰ্ম আৰু বিশ্বাসে সদায় হিন্দী ছবি আৰু গীতৰ বিষয়বস্তুৰ পথ প্ৰদৰ্শন কৰাৰ লগতে ভগৱান শিৱ ইয়াৰ অবিচ্ছেদ্য অংগ হৈ আহিছে। আজি আমি এনে ১০টা গীতৰ প্লেলিষ্ট লৈ আহিছো যাৰ সৈতে আপুনি মহাশিৱৰাত্ৰি উদযাপন কৰিব পাৰিব। লগতে মহাদেৱৰ ভক্তিত বিলীন হ'ব পাৰিব।

মহাশিৱৰাত্ৰি হিন্দুসকলৰ বছৰৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু পৌৰাণিক কাহিনী অনুসৰি ভক্তসকলে ‘ফাগুন’ মাহৰৰ ‘চতুৰ্দশী’ তিথিত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ বিবাহ দিন হিচাপে পালন কৰে। হিন্দুসকলে বিশ্বাস কৰে যে এই দিনটোত ভগৱান শিৱ আৰু শক্তি (নাৰী শক্তি)ৰ ঐশ্বৰিক শক্তিৰ অভিসৰণ ঘটে। এই দিনটোতে ভগৱান শিৱই বৈৰাগ্য জীৱন ত্যাগ কৰি গৃহস্থ জীৱনত প্ৰৱেশ কৰিছিল। কিছুমান মানুহে এই দিনটো শিৱৰ জন্মদিন হিচাপেও পালন কৰে।
কাইলৈ ২৬ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে মহাশিৱৰাত্ৰি উদযাপন কৰা হ’ব। এই শুভ দিনটেেত মহাদেৱৰ ভক্তসকলে এই শিৱ ভজন শুনাৰ লগতে আৰু অ’টিটি প্লেটফৰ্মত বিভিন্ন ধাৰাবাহিকহ চাব পাৰে।মহাশিৱৰাত্ৰিৰ দিনটোত আপুনি শুনিব পৰা কেইটামান বিশেষ নতুন গীতৰ বিষয়ে জানো আহক..
1.Mahadev Ka Vivah
Singers: Hansraj Raghuwanshi
Lyrics & Composer : Raviraj
2. Song: Bhole Ki Barat
Singer: Shekhar Jaiswal
Lyrics & Composer – Navin Chandra Joshi & Shekhar Jaiswal
Singer :- Hansraj Raghuwanshi
Lyrics :- Shekhar “Astitwa” & Bhoomika Jain “Bhoomi”
Singer : Hansraj Raghuwanshi
Music & Lyrics : Ricky T Giftrulerz
Lyrics, Music & Composer : Shubham Sharma
6. Song: Mahakaal
Singer – B Praak
Lyricist and Composer – Jaani
7. Song: Namo Shankara
Singer: Shreya Ghoshal
Composer: Kinjal Chatterjee, Shreya Ghoshal
Lyrics: Shraddha Pandit
8. Song: Mahakal Chalo
Singer: Akshay Kumar, Palash Sen, Vikram Montrose
Lyrics : Shekhar Astitwa
9. Song: Shiv Kailasho Ke Vasi
Singer: Jubin Nautiyal
Lyrics: Traditional
10. Song: Shiva Shiva Shankara
Singer: Sonu Nigam
Lyrics: Ashutosh Agnihotri