17 Jul 2024 15:54 PM
অভিনেত্ৰী বৰষা ৰাণী বিষয়াই গৰমৰ পৰা হাত সাৰিবলৈ গুলপীয়া আৰু বগা সংমিশ্ৰণৰ পোছাক পৰিধান কৰিছে। যিটো গৰমৰ বাবে উত্তম।
মডেল তথা অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংগনাই নতুন নতুন ষ্টাইল কৰি ভাল পায়। কলা বডীফিট ড্ৰেছৰ সৈতে মুৰত টুপি পিন্ধিছে। আপুনিও গৰমত এই পোছাক অনুসৰণ কৰিব পাৰে।
সামাজিক মাধ্যমত প্ৰায়ে চৰ্চাত থাকে অলিস্মিতা গোস্বামী। অভিনেত্ৰীগৰাকীৰ সাজ-পোছাক অনুৰাগীসকলে প্ৰায়ে অনুসৰণ কৰে।
অসমৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম প্ৰস্তুতি পৰাশৰ। প্ৰায়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বিভিন্নধৰনৰ ফটো। অভিনেত্ৰীগৰাকীৰ এই লুক পাৰ্টীৰ বাবে অনুসৰণ কৰিব পাৰে।
সকলো সময়তে নিজক ধুনীয়াকৈ সজাই ৰাখে অভিনেত্ৰী আইমী বৰুৱাই। কলেজ বা ফুৰিবলৈ গ'লে অভিনেত্ৰীগৰাকীৰ এই পোছাক অনুসৰণ কৰিব পাৰে।