ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেম'ৰিয়েলত ধ্যান বহিছে প্ৰধানমন্ত্ৰী মোদী। তেওঁৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ৩০০০ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে আন মানুহৰ প্ৰৱেশ।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5