আপোনালোকক জনাও যে প্ৰাক্তন বিত্তমন্ত্ৰী মোৰাৰজী দেশাই আৰু তেতিয়াৰ তৎকালীন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে একেৰাহে ৬ বাৰ বাজেট দাখিল কৰিছে। এইবাৰ বাজেট দাখিল কৰাৰ লগে লগে নিৰ্মলা সীতাৰমণ হ’ব দেশৰ প্ৰথমগৰাকী বিত্তমন্ত্ৰী যিয়ে একেৰাহে ৭ বাৰ বাজেট দাখিল কৰিব।