5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এখন মুছলিম প্ৰধান দেশ, য’ত হিজাবৰ ওপৰত আছে বিশেষ নিষেধাজ্ঞা!

হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব, নকাবৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। বহু সময়ত ইয়াক লৈ প্ৰতিবাদ হোৱাও দেখা যায়।

barasha-sarma
Barasha Sarma | Published: 22 May 2024 21:11 PM
হিজাবক লৈ ভাৰতত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায়। কিন্তু বিশ্বত এনে কিছুমান মুছলিম দেশ আছে য'ত হিজাব পৰিধান কৰাক লৈ একাংশই সমস্যাত ভুগিছে।

1 / 5
ইজিপ্ত এখন মুছলিম বহুল দেশ। এই ইছলামিক ৰাষ্ট্ৰখনৰ আধা শতাংশই ছুন্নী মুছলিম। ইয়াত প্ৰায় ৯০ শতাংশলোক মুছলিম। তাৰ পাছতো এই দেশখনত হিজাব পিন্ধাৰ ওপৰত কিছু নিষেধাজ্ঞা আছে।

2 / 5
বিগত কেইটামান বছৰ ধৰি ইজিপ্ত বহু সাল-সলনি হৈছে। যাৰ বাবে আৰম্ভ হৈছে নতুন নিয়ম। ইজিপ্তৰ ৰাজধানী কাহিৰাৰ ৰেষ্টুৰেন্টত হিজাব পৰিধান কৰা মহিলাক প্ৰৱেশত বাধা দিয়া  হয়।

3 / 5
শিক্ষা ব্যৱস্থাৰ উন্নতি আৰু সুৰক্ষাৰ বাবে বিদ্যালয়ত নকাব পিন্ধি অহাত নিষেধাজ্ঞা জাৰি কৰিছে।  ইজিপ্তৰ শিক্ষা মন্ত্ৰালয়ৰ মতে  নকাবৰ আঁৰত কোনোলোকে আহি অপৰাধমূলক কাম সংঘটিত কৰিব পাৰে। যাৰ বাবে এনে ব্যৱস্থা লোৱা হৈছে।

4 / 5
ইজিপ্তৰ স্কুলত হিজাব চৰকাৰে বিকল্প হিচাপে ৰাখিছে। ইয়াৰ অৰ্থ এয়াই যে ইচ্ছা অনুসৰি কোনোৱে স্কুললৈ যাব পাৰে।  উল্লেখ কৰা প্ৰয়োজন যে হিজাবে মহিলাৰ মূৰ আৰু চুলি ঢাকি ৰাখে । আনহাতে নকাবে মহিলাৰ সম্পূৰ্ণ মুখ ঢাকি ৰাখে । কেৱল চকুহে দেখা পোৱা যায়।

5 / 5
Latest Stories