Kaji Nemu : অসমৰ জাতীয় ফল কাজি নেমুত কি কি ঔষধি গুণ আছে ? | Assam State Fruit Kaji Nemu Health benefits in Assamese Assam news - Assam Tv9

Kaji Nemu : অসমৰ জাতীয় ফল কাজি নেমুত কি কি ঔষধি গুণ আছে ? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক…

Updated On: 

21 Aug 2024 16:49 PM

বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ । পেটৰ সমস্যাৰ নাইকীয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী । কাজি নেমুৱে পেট কামোৰণি আৰু জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে । এই ফল বিধৰ অন্যান্য উপকাৰিতাৰ বিষয়ে জানক...

1 / 8বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷  ।(Photo-Google)

বিভিন্ন স্বাস্থ্যকাৰী গুণাগুণেৰে সমৃদ্ধ কাজি নেমু অসমৰ জাতীয় ফল । ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon৷ ।(Photo-Google)

2 / 8

পেটৰ সমস্যাৰ নাইকীয়া কৰিবলৈ কাজি নেমু অতি উপকাৰী । কাজি নেমুৱে পেট কামোৰণি আৰু জ্বলা-পোৰা সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে ।(Photo-Google)

3 / 8

আমাৰ সমাজৰ পৰম্পৰা অনুসৰি,মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত কাজি নেমুৰ ৰস মিহলাই মূৰত লগোৱা দেখা যায় । এই কাৰ্য কৰিলে মূৰ ঘূৰণি আৰু মূৰৰ বিষৰ পৰা সকাহ পোৱা যায় ।(Photo-Google)

4 / 8

সৰু ল’ৰা-ছোৱালীৰ কৃমি সমস্যা নাইকীয়া কৰিবলৈ কাজি নেমুৰ ৰস আৰু গুটি পিহি খুওৱাব পাৰে ।(Photo-Google)

5 / 8

ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত কাজি নেমুৰ ৰস যথেষ্ট উপকাৰী বুলি কয় বিশেষজ্ঞসকলে ।(Photo-Google)

6 / 8

খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত কাজি নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে ৷ খাদ্য হজমত কাজি নেমু অতি উপকাৰী ।(Photo-Google)

7 / 8

কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে। ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰা হয়।(Photo-Google)

8 / 8

ইয়াৰ সুগন্ধি আৰু গুণাগুণৰ বাবে কাজি নেমু অসমীয়া মানুহৰ মাজত খুবেই জনপ্ৰিয় ।(Photo-Google)

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?