পেলাই নিদিব পুৰণি শাড়ী! মাৰ পুৰণি শাড়ীৰে চিলাওক নতুন ডিজাইনৰ পোছাক | banarasi saree reuse ideas tips to make stylish suit know more Assam news - Assam Tv9

পেলাই নিদিব পুৰণি শাড়ী! মাৰ পুৰণি শাড়ীৰে চিলাওক নতুন ডিজাইনৰ পোছাক

Updated On: 

02 Sep 2024 21:57 PM

আজিকালি বানাৰসী শাৰী বহুত ট্ৰেণ্ডত আছে আৰু ই অলপ দামীও। কিন্তু এটা অনুষ্ঠানত এবাৰ পিন্ধাৰ পিছত দ্বিতীয় বা তৃতীয়বাৰৰ বাবে পিন্ধিবলৈ মন নাযায়। কিন্তু এনে পৰিস্থিতিত পুৰণি শাৰীৰ পৰা ছুট চিলাব পাৰে।

1 / 5অদিতি ৰাও হাইদাৰীৰ এই লুকটো অতি ষ্টাইলিছ দেখা গৈছে। গোলাপী ৰঙৰ বাণাৰসী চুট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। যিটো দেখাত বৰ ধুনীয়া।

অদিতি ৰাও হাইদাৰীৰ এই লুকটো অতি ষ্টাইলিছ দেখা গৈছে। গোলাপী ৰঙৰ বাণাৰসী চুট পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। যিটো দেখাত বৰ ধুনীয়া।

2 / 5

কৰিশ্মা কাপুৰে পিন্ধিছে বাদামী ৰঙৰ বাণাৰসী চুট। এই লুকটো বৰ ষ্টাইলিছ, ইয়াক ঘৰতে পোৱা বাণাৰসী শাড়ীৰ পৰাও বনাব পাৰে।

3 / 5

বগা ৰঙৰ বাণাৰসী শাৰাৰা চুট পিন্ধিছে মৃণাল ঠাকুৰে, য’ত অভিনেত্ৰীগৰাকীক অতি সুন্দৰ দেখা গৈছে।

4 / 5

ফাতিমা চানা শ্বেইখৰ এই ছুট লুকটোত যথেষ্ঠ আকৰ্ষণীয় দেখা গৈছে। এনে গোলাপী ৰঙৰ বাণাৰসী শৰাৰা ষ্টাইলৰ চুট আপুনিও পুৰণি শাড়ীৰ পৰা চিলাব পাৰে।

5 / 5

আন এটা কৰিশ্মা কাপুৰৰ লুকত অতি আকৰ্ষিত লাগিছে। বাণাৰসী শাড়ীৰে চিলোৱা এই পোছাক আপুনি দৈনন্দিন কাম-কাজত-ব্যৱহাৰ কৰিব পাৰিব।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!