ফেটি লিভাৰৰ সমস্যা থাকিলে কি খাব আৰু কি নাখাব ? সবিশেষ... | Fatty Liver Diet: What Foods to Eat and what foods to Avoid; Details in Assamese Assam news - Assam Tv9

Fatty Liver Diet: ফেটি লিভাৰৰ সমস্যা থাকিলে কি খাব আৰু কি নাখাব ? সবিশেষ…

Published: 

31 Jul 2024 19:16 PM

নিয়মিত মদ্যপান, বাহিৰৰ খাদ্য খোৱা, অনিয়মিত জীৱনশৈলীৰ বাবে আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে । ইয়াৰে এটা হ’ল ফেটি লিভাৰৰ সমস্যা। এইমছৰ এক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, এতিয়া ভাৰতৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ অৰ্থাৎ ৩৮ শতাংশই ফেটি লিভাৰৰ সমস্যাত ভুগিছে। ফেটি লিভাৰ মানে আপোনাৰ লিভাৰত চৰ্বি জমা হৈ থাকে। অত্যধিক মদ্যপানৰ ফলত এলকহলিক ফেটি লিভাৰ হয়।

1 / 8নিয়মিত

নিয়মিত মদ্যপান, বাহিৰৰ খাদ্য খোৱা, অনিয়মিত জীৱনশৈলীৰ বাবে আমাৰ দেহত বিভিন্ন ৰোগে দেখা দিয়ে । ইয়াৰে এটা হ’ল ফেটি লিভাৰৰ সমস্যা। এইমছৰ এক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, এতিয়া ভাৰতৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ অৰ্থাৎ ৩৮ শতাংশই ফেটি লিভাৰৰ সমস্যাত ভুগিছে।

2 / 8

ফেটি লিভাৰ মানে আপোনাৰ লিভাৰত চৰ্বি জমা হৈ থাকে। অত্যধিক মদ্যপানৰ ফলত এলকহলিক ফেটি লিভাৰ হয়।

3 / 8

এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে-মদ্যপান একেবাৰে পৰিহাৰ কৰিব লাগিব । মদ্যপানৰ ফলত লিভাৰ একেবাৰে বিকল হ'ব পাৰে।

4 / 8

চুগাৰ থকা খাদ্য নাখালে ভাল। কেক, কুকিজ, মিঠাই আদিৰ লগতে চুগাৰ থকা খাদ্যৰ পৰা আঁতৰি থাকক।

5 / 8

মচলাযুক্ত খাদ্য একেবাৰে পৰিহাৰ কৰক । মাংস, ফাষ্ট ফুড আদিৰ পৰা আঁতৰি থাকক ।

6 / 8

মচলাযুক্ত খাদ্য একেবাৰে পৰিহাৰ কৰক । মাংস, ফাষ্ট ফুড আদিৰ পৰা আঁতৰি থাকক ।

7 / 8

ভাতৰ লগত দালি খাব পাৰে । ইয়াৰ লগতে বিভিন্ন সেউজীয়া শাক-পাচলি দালি বনাই লগত খাব পাৰে ।

8 / 8

মাছ আৰু কুকুৰা মাংস দুয়োটাই খাব পাৰে। কুকুৰাৰ মাংসত লিন প্ৰটিন থাকে, আৰু মাছত ওমেগা-৩ ফেটি এচিডৰ উৎস থাকে। যাৰ ফলত ফেটি লিভাৰৰ সৈতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?