শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

স্বাস্থ্যৰ বাবে অতি উপকাৰী এই কেইবিধ চাউল পাকঘৰত ৰাখক…জানি লওক

ভাত অসমীয়া সমাজৰ প্ৰধান খাদ্য । কিন্তু বহুতে ওজন বৃদ্ধি হোৱাৰ ভয়ত ভাত নাখায় । ডায়েবেটিছ ৰোগীয়েও ভাত খাবলৈ ভয় কৰে। চাউলত কাৰ্বহাইড্ৰেট বেছি থাকে। গতিকে বহুতে এই খাদ্য পৰিহাৰ কৰে। কিন্তু ভাতৰ পৰা শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি। কাৰ্বহাইড্ৰেট, কেলৰিৰ লগতে চাউলত আঁহ, প্ৰটিন, চৰ্বি, ষ্টাৰচ, ভিটামিন বি, আইৰণ, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে। গতিকে স্বাস্থ্যৰ বাবে উপকাৰী এই কেইবিধ পাকঘৰত ৰাখক...

manas-borah
Manas Borah | Published: 25 Aug 2024 14:36 PM
ভাত অসমীয়া সমাজৰ প্ৰধান খাদ্য ।  কিন্তু বহুতে ওজন বৃদ্ধি হোৱাৰ ভয়ত ভাত নাখায় । ডায়েবেটিছ ৰোগীয়েও ভাত খাবলৈ ভয় কৰে।

1 / 8
চাউলত কাৰ্বহাইড্ৰেট বেছি থাকে। গতিকে বহুতে এই খাদ্য পৰিহাৰ কৰে। কিন্তু ভাতৰ পৰা শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ কৰিব পাৰি।

2 / 8
কাৰ্বহাইড্ৰেট, কেলৰিৰ লগতে চাউলত আঁহ, প্ৰটিন, চৰ্বি, ষ্টাৰচ, ভিটামিন বি, আইৰণ, পটাছিয়াম, মেগনেছিয়াম আদি পুষ্টিকৰ উপাদান থাকে।

3 / 8
বজাৰত বিভিন্ন ধৰণৰ চাউল পোৱা যায়। স্বাস্থ্যৰ বাবে উপকাৰী চাউল কেইবাবিধো আছে ।

4 / 8
ব্ৰাউন ৰাইচ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ব্ৰাউন ৰাইচত আঁহ, মেগনেছিয়াম, আইৰণ আৰু জিংকৰ পৰিমাণ বেছি। ব্ৰাউন ৰাইচ খালে ওজন কমাব পাৰি, কলেষ্টেৰল আৰু চুগাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি।

5 / 8
ক’লা চাউলৰ ভাতও খাব পাৰে। ক’লা চাউলত এন্থ’চাইনিন নামৰ এন্টিঅক্সিডেন্ট থাকে আৰু ইয়াত আঁহৰ পৰিমাণ বেছি।

6 / 8
ৰঙা চাউলত প্ৰচুৰ পৰিমাণে আঁহ আৰু প্ৰটিন থাকে। এই ৰঙা চাউল কেৱল এছিয়া মহাদেশতহে উৎপাদন হয়।

7 / 8
ৱাইল্ড চাউলত ভিটামিন বি, ভিটামিন ই, কেলচিয়াম, আইৰণ, ফছফৰাছ, পটাছিয়াম আৰু জিংক আদি পুষ্টিকৰ উপাদান থাকে।

8 / 8
Latest Stories