5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Home decoration ideas: কম খৰচত কেনেকৈ ধুনীয়াকে সজাব আপোনাৰ ঘৰখন, জানক সবিশেষ

ঘৰ হৈছে আমাৰ আৰাম কৰাৰ এক স্থান। য'ত আপুনি দিনটোৰ ক্লান্তি দুৰ কৰিব পাৰে। তেনে এক শান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ আপোনাৰ ঘৰটো কেইটামান বস্তুৰে পুনৰ সজ্জিত কৰি বেছি ধুনীয়া কৰিব পাৰে।

barasha-misra
Barasha Misra | Updated On: 24 Jul 2024 17:55 PM
ঘৰ এখন বনালে কেৱল ৰংঙতে সীমাবদ্ধ নাথাকে। আপোনাৰ ঘৰৰ প্ৰতিটো কোণ সুন্দৰকৈ সজালেহে ঘৰখন ধুনীয়া দেখা হয়।

1 / 5
যদি আপুনি ঘৰখন বেছি উজ্জ্বল হৈ থকা নিবিচাৰে তেন্তে পাতল ৰঙৰ সৈতে ঘৰত নূন্যতম আচবাব ৰাখক। প্ৰায় ২০হাজাৰত এজোৰ সাধাৰণ চোফাৰ সৈতে ঘৰটো আকৰ্ষণীয় কৰি তোলক।

2 / 5
আপুনি যদি সেউজায়া ভাল পায় তেন্তে আপোনাৰ ঘৰৰ টিভিৰ ওচৰত থকা কোণটো ফুলেৰে সজাব পাৰে।

3 / 5
শিশুসকলৰ বাবে ৰূমটো উজ্জ্বল হোৱাটো দৰকাৰ। যদিহে শিশুৰ বাবে ৰঙীণ বস্তু ব্যৱহাৰ কৰে তেতিয়া শিশুৱে সোনকালে আকৰ্ষিত হয়। ফটোখনৰ পৰা আপুনিও আইডিয়া ল'ব পাৰে।

4 / 5
যদিহে আপোনাৰ ঘৰত ঠাই কম আছে তেন্তে অনলাইন বা অফলাইন চুকত সজাই থ'ব পৰা চেল্ফ পোৱা যায়, য'ত আপুনি বিভিন্ন কিতাপ ফুল সজাই থোৱাৰ ইপৰিও ঘৰখন আকৰ্ষণীয় কৰি তোলাত সহায় কৰিব।

5 / 5
Latest Stories