Home decoration ideas: কম খৰচত কেনেকৈ ধুনীয়াকে সজাব আপোনাৰ ঘৰখন, জানক সবিশেষ | How to decorate your home beautifully at a low cost know the details Assam news - Assam Tv9

Home decoration ideas: কম খৰচত কেনেকৈ ধুনীয়াকে সজাব আপোনাৰ ঘৰখন, জানক সবিশেষ

Updated On: 

24 Jul 2024 17:55 PM

ঘৰ হৈছে আমাৰ আৰাম কৰাৰ এক স্থান। য'ত আপুনি দিনটোৰ ক্লান্তি দুৰ কৰিব পাৰে। তেনে এক শান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ আপোনাৰ ঘৰটো কেইটামান বস্তুৰে পুনৰ সজ্জিত কৰি বেছি ধুনীয়া কৰিব পাৰে।

1 / 5ঘৰ এখন বনালে কেৱল ৰংঙতে সীমাবদ্ধ নাথাকে। আপোনাৰ ঘৰৰ প্ৰতিটো কোণ সুন্দৰকৈ সজালেহে ঘৰখন ধুনীয়া দেখা হয়।

ঘৰ এখন বনালে কেৱল ৰংঙতে সীমাবদ্ধ নাথাকে। আপোনাৰ ঘৰৰ প্ৰতিটো কোণ সুন্দৰকৈ সজালেহে ঘৰখন ধুনীয়া দেখা হয়।

2 / 5

যদি আপুনি ঘৰখন বেছি উজ্জ্বল হৈ থকা নিবিচাৰে তেন্তে পাতল ৰঙৰ সৈতে ঘৰত নূন্যতম আচবাব ৰাখক। প্ৰায় ২০হাজাৰত এজোৰ সাধাৰণ চোফাৰ সৈতে ঘৰটো আকৰ্ষণীয় কৰি তোলক।

3 / 5

আপুনি যদি সেউজায়া ভাল পায় তেন্তে আপোনাৰ ঘৰৰ টিভিৰ ওচৰত থকা কোণটো ফুলেৰে সজাব পাৰে।

4 / 5

শিশুসকলৰ বাবে ৰূমটো উজ্জ্বল হোৱাটো দৰকাৰ। যদিহে শিশুৰ বাবে ৰঙীণ বস্তু ব্যৱহাৰ কৰে তেতিয়া শিশুৱে সোনকালে আকৰ্ষিত হয়। ফটোখনৰ পৰা আপুনিও আইডিয়া ল'ব পাৰে।

5 / 5

যদিহে আপোনাৰ ঘৰত ঠাই কম আছে তেন্তে অনলাইন বা অফলাইন চুকত সজাই থ'ব পৰা চেল্ফ পোৱা যায়, য'ত আপুনি বিভিন্ন কিতাপ ফুল সজাই থোৱাৰ ইপৰিও ঘৰখন আকৰ্ষণীয় কৰি তোলাত সহায় কৰিব।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে