5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰাখীবন্ধনত পিন্ধক এইধৰণৰ পোছাক, ষ্টাইলৰ লগতে পাব আৰাম

ৰাখীবন্ধন ভাতৃ-ভগ্নীৰ বাবে বিশেষ উৎসৱ। এই দিনটোত ধুনীয়া আৰু ষ্টাইলিছ দেখাবলৈ মহিলাসকলে বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰে। এই দিনটোৰ বাবে অভিনেত্ৰীসকলৰ পৰা আইডিয়া ল'ব পাৰে।

barasha-misra
Barasha Misra | Updated On: 12 Aug 2024 19:30 PM
পাঞ্জাবী অভিনেত্ৰী সোণম বাজৱাৰ এই লুকটো অতি ষ্টাইলিছ। কপাহী অনাৰকলি চুট পিন্ধিছে। যাৰ ওপৰত বেঙুনীয়া ৰঙৰ কাম আছে।

1 / 5
মৃণাল ঠাকুৰৰ এই লুকটোত যথেষ্ঠ আকৰ্ষণীয় দেখা গৈছে। ৰাখীবন্ধনৰ বাবে আপুনি এই পোছাক পৰিধান কৰিব পাৰে।

2 / 5
যদি আপুনি ৰাখীত অলপ গধুৰ পোছাক পিন্ধিব বিচাৰে তেন্তে শ্বেতা তিৱাৰীৰ এই লুকটোৰ পৰাই আইডিয়া লব পাৰিব।

3 / 5
হিমাংশী খুৰানাৰ এই অনাৰ্কালী চেলৱাৰৰ লুকটোত অতি ষ্টাইলিছ দেখা গৈছে। ৰাখীত ষ্টাইলিছ আৰু কম্ফৰ্টেবল লুক পাবলৈ হিমাংশীৰ পৰা আইডিয়া ল'ব পাৰে।

4 / 5
অদিতি ৰাও হাইদাৰীৰ ৰঙা ৰঙৰ ফুলৰ প্ৰিন্টৰ দীঘল অনাৰকলি চুটটোত ধুনীয়া দেখা গৈছে। লুকটো সম্পূৰ্ণ কৰিবলৈ কম ওজনৰ গহনা আৰু সাধাৰণ হেয়াৰষ্টাইল কৰিছে।

5 / 5
Latest Stories