ৰাখীবন্ধনত পিন্ধক এইধৰণৰ পোছাক, ষ্টাইলৰ লগতে পাব আৰাম | raksha bandhan 2024 Wear stylish as well as comfort dress Assam news - Assam Tv9

ৰাখীবন্ধনত পিন্ধক এইধৰণৰ পোছাক, ষ্টাইলৰ লগতে পাব আৰাম

Updated On: 

12 Aug 2024 19:30 PM

ৰাখীবন্ধন ভাতৃ-ভগ্নীৰ বাবে বিশেষ উৎসৱ। এই দিনটোত ধুনীয়া আৰু ষ্টাইলিছ দেখাবলৈ মহিলাসকলে বিভিন্ন ধৰণৰ পোছাক পৰিধান কৰে। এই দিনটোৰ বাবে অভিনেত্ৰীসকলৰ পৰা আইডিয়া ল'ব পাৰে।

1 / 5পাঞ্জাবী

পাঞ্জাবী অভিনেত্ৰী সোণম বাজৱাৰ এই লুকটো অতি ষ্টাইলিছ। কপাহী অনাৰকলি চুট পিন্ধিছে। যাৰ ওপৰত বেঙুনীয়া ৰঙৰ কাম আছে।

2 / 5

মৃণাল ঠাকুৰৰ এই লুকটোত যথেষ্ঠ আকৰ্ষণীয় দেখা গৈছে। ৰাখীবন্ধনৰ বাবে আপুনি এই পোছাক পৰিধান কৰিব পাৰে।

3 / 5

যদি আপুনি ৰাখীত অলপ গধুৰ পোছাক পিন্ধিব বিচাৰে তেন্তে শ্বেতা তিৱাৰীৰ এই লুকটোৰ পৰাই আইডিয়া লব পাৰিব।

4 / 5

হিমাংশী খুৰানাৰ এই অনাৰ্কালী চেলৱাৰৰ লুকটোত অতি ষ্টাইলিছ দেখা গৈছে। ৰাখীত ষ্টাইলিছ আৰু কম্ফৰ্টেবল লুক পাবলৈ হিমাংশীৰ পৰা আইডিয়া ল'ব পাৰে।

5 / 5

অদিতি ৰাও হাইদাৰীৰ ৰঙা ৰঙৰ ফুলৰ প্ৰিন্টৰ দীঘল অনাৰকলি চুটটোত ধুনীয়া দেখা গৈছে। লুকটো সম্পূৰ্ণ কৰিবলৈ কম ওজনৰ গহনা আৰু সাধাৰণ হেয়াৰষ্টাইল কৰিছে।

Follow Us On
পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version