ভিটামিন বি ১২ ৰ বাবে এই পাঁচবিধ ফল খাওক, ইউৰিক এচিড হ্ৰাস পাব... | Vitamin B12 Rich Fruits in Assamese Assam news - Assam Tv9

Vitamin B12 Fruits : ভিটামিন বি ১২ ৰ বাবে এই পাঁচবিধ ফল খাওক, ইউৰিক এচিড হ্ৰাস পাব…

Updated On: 

20 Aug 2024 00:11 AM

ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে। শৰীৰত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে ভিটামিন বি ১২ য়ে । শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ভিটামিন বি ১২ থকা এই পাঁচবিধ ফল খাদ্যৰ তালিকাত ৰাখক।

1 / 8ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে।

ভিটামিন বি ১২ য়ে শৰীৰত ৰক্তকণিকা গঠনৰ পৰা আৰম্ভ কৰি স্নায়ুতন্ত্ৰলৈকে একাধিক কামত বিশেষ ভূমিকা পালন কৰে।

2 / 8

শৰীৰত ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে ভিটামিন বি ১২ য়ে । গতিকে ইউৰিক এচিড থকা সকলে ভিটামিন বি ১২ থকা খাদ্য খাব পাৰে ।

3 / 8

ভিটামিন বি ১২ সমৃদ্ধ ফল খালে ইউৰিক এচিড পৰা কিডনীত পাথৰ হোৱালৈকে বিভিন্ন শৰীৰিক সমস্যাৰ সম্ভাৱনা কম কৰে । ভিটামিন বি ১২ৰ বাবে এইকেইটা ফল খাব পাৰে ।

4 / 8

কলত ভিটামিন বি ১২ পোৱা যায়। ইয়াত পটাছিয়ামৰ পৰিমাণো বেছি।

5 / 8

আপেলত ভিটামিন বি ১২ পাব। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আপেল খাব পাৰে ।

6 / 8

কিৱিত ভিটামিন বি ১২ পোৱা যায়। প্ৰতিদিনে এটা কিৱি খালে ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস কৰে ।

7 / 8

আনাৰসত ভিটামিন বি ১২ থাকে। শৰীৰত ভিটামিন বি ১২ যোগান ধৰিবলৈ আনাৰস খাব পাৰে ।

8 / 8

তৰমুজত পানীৰ পৰিমাণ বেছি। ভিটামিন বি ১২ সমৃদ্ধ এই ফলটোৱে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি বৃক্কক সুস্থ কৰি ৰাখে।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!