5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Yoga for health: এই ৫ আসনে সুস্থ কৰি ৰাখিব আপোনাৰ শৰীৰ…

যোগ আমাৰ দেহৰ বাবে অত্যন্ত জৰুৰী। প্ৰতিদিনে যোগাসন কৰিলে ই আমাৰ শৰীৰৰ লগতে মানসিক দিশটোও সুস্থ কৰি ৰাখে। আমাৰ শৰীৰত শক্তি যোগোৱাৰ লগতে ই শৰীৰক বেমাৰৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে। কেইটামান এনে আসন, যিয়ে আমাৰ শৰীৰ সুস্থ কৰি ৰখাত সহায় কৰে।

barasha-sarma
Barasha Sarma | Published: 08 Jul 2024 11:57 AM
পাচ্চিমোত্তনাসন – এই আসন কৰিবলৈ মাটিত বহি লওক। পাছত ভৰি দুখন পোৱ কৰি হাতেৰে ভৰি দুখন ঘৰি ৰাখক। মূৰটো আঁঠুত লগাই দিওক।  এনে আসন বিভিন্ন সমস্যাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাতো সহায় কৰে।

1 / 5
আধো মুখা শৱাসন –এই আসন কৰিবলৈ  ভৰি দুখন পোন কৰি গোৰোহা দুটা সামান্য উঠাই দিয়ক। পাছত মেৰুদণ্ড পোন কৰি হাতৰ তলুৱাৰে মাটি স্পৰ্ষ কৰক। এই আসন কৰিলে শাৰীৰীক আৰু মানসিক শান্তি পোৱা যায়। কঁকালৰ সমস্যাৰ বাবে এই  আসন উপকাৰী।

2 / 5
বিথিলাসনঃ এই আসন কৰিবলৈ হাত আৰু আঁঠু মজিয়াত ৰাখিব লাগে।  হাতৰ তলুৱা দুখন কান্ধৰ প্ৰায় ঠিক তলত ৰাখিব লাগে। মেৰুদণ্ড এবাৰ তলত এবাৰ ওপৰৰ পিনে কৰিব লাগে। এনে কৰাৰ সময়ত দীঘললৈ উশাহ লওক। এই আসন কৰিলে শ্বাস প্ৰশ্বাসজনিত সমস্যাৰ পৰা সকাহ পোৱা যায়।

3 / 5
অঞ্জনেয়াসন – এই আসন কৰিবলৈ বাওঁ ভৰিখন পিছফালে ৰাখক। পাছত সোঁ ভৰি খন আগফালে  আনি প্ৰাৰ্থনা কৰা ভংগীমাৰে শৰীৰটো পিছফালে লৈ যাওঁক। এই আসন আমাৰ শৰীৰৰ বাবে অতি জৰুৰী। ইয়াৰ বাবে শৰীৰ সুস্থ হৈ থকাৰ লগতে মানসিক চাপো হ্ৰাস পায়।

4 / 5
সেতু বন্ধাসন –এই আসন কৰিবলৈ পিঠিৰ ওপৰত ভৰ দি শুই দিয়ক। পাছত ভৰি দুখন আঁঠুৰ ওচৰত বেঁকা কৰক। হাতেৰে গোৰোহাটো ধৰি দেহটো ওপৰলৈ উঠাই দিয়। এই আসনেও শৰীৰ সুস্থ হৈ ৰথাত সহায় কৰে আৰু মানসিক শান্তি দিয়ে।

5 / 5
Latest Stories