শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Guwahati Gold Price Today: ভেলেন্টাইন ডে’ত বৃদ্ধি সোণৰ মূল্য! জানক গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য

আজি পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য। আজি ২২ কেৰেটৰ প্ৰতি ১ গ্ৰাম সোণৰ মূল্য অসমৰ বাহিৰত প্ৰায় ৮০০৫ টকা। জানক আজি ভেলেন্টাইন ডেৰ দিনা গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য।

barasha-misra
Barasha Misra | Published: 14 Feb 2025 13:05 PM
আজি ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১০০ টকা বৃদ্ধি হৈ ৮০,০৫০ টকা হৈছে। ইফালে, প্ৰতি ১০০ গ্ৰামত ২২ কেৰেট সোণৰ হাৰ ১০০০ টকা বৃদ্ধি হৈ ৮,০০,৫০০ টকালৈ বৃদ্ধি পাইছে।

1 / 5
আজি ২৪ কেৰেটৰ সোণৰ মূল্য ১১০ টকা বৃদ্ধি হৈ ৮৭,৩১০ টকা হৈছে আৰু প্ৰতি ১০০ গ্ৰামত ২৪ কেৰেটসোণৰ মূল্য ১,১০০ টকা বৃদ্ধি হৈ ৮,৭৩,১০০ টকা হৈছে।

2 / 5
বৰ্তমান গুৱাহাটীত সোণৰ মূল্য হৈছে ২২ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮০১৭.৯০ টকা আৰু ২৪ কেৰেট সোণৰ বাবে প্ৰতি গ্ৰামত ৮৭৪৫.৯০ টকা, যাক ৯৯৯ সোণ বুলিও কোৱা হয়।

3 / 5
বৃহস্পতিবাৰে ভাৰতত ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৪, ৮৪৫ টকা আৰু ২২ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৭৭,৭১৮ টকা আছিল।

4 / 5
আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০০.৫০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকা হৈছে।

5 / 5