Tecno Spark 20 মূল্য: এই Tecno মোবাইল ফোনটোৰ 8GB/256GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য 8,999 টকা। এই ফোনত আছে 32MP চেলফি আৰু 50MP প্ৰাইমেৰী কেমেৰা চেন্সৰ। এই হেণ্ডছেটত 5000mAh বেটাৰী, MediaTek Helio G85 প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে।
1 / 5
Infinix HOT 40i মূল্য: এই Infinix স্মাৰ্টফোনৰ 8GB/256GB ষ্ট’ৰেজ ভেৰিয়েন্টৰ মূল্য 8,999 টকা। গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ফোনটোত আছে 32MP চেলফি কেমেৰা, 5000mAh বেটাৰী, 50MP প্ৰাইমেৰী কেমেৰা আৰু 6.6 ইঞ্চি HD Plus ডিছপ্লে।
2 / 5
Poco C65 মূল্য: এই Poco স্মাৰ্টফোনৰ 8GB/256GB ভেৰিয়েন্টৰ মূল্য 8,499 টকা। এই ফোনটোত 6.74 ইঞ্চি HD Plus ডিছপ্লে, 50MP প্ৰাইমেৰী ৰিয়াৰ আৰু 8MP চেলফি কেমেৰাৰ সৈতে 5000mAh শক্তিশালী বেটাৰী আছে।