Darjeeling in Monsoon: বাৰিষাত দাৰ্জিলিঙলৈ যোৱাৰ কথা ভাবিছেনে? কম বাজেটত এই ৪ খন পাহাৰীয়া গাঁও অন্বেষণ কৰক, একেবাৰে নিৰাপদ
Darjeeling in Monsoon: প্ৰাকৃতিক দুৰ্যোগৰ বাবে বহু লোকে বাৰিষাত পাহাৰ ভ্ৰমণৰ পৰা আঁতৰি থাকে। ইফালে বৰষুণেৰে তিতি থকা পাহাৰবোৰ চাবলৈ বাৰিষাৰ সময়ত লৰালৰিকৈ দাৰ্জিলিঙলৈ যোৱা লোকো আছে। বছৰৰ আন সময়তকৈ বাৰিষাৰ সময়ত পাহাৰবোৰত পৰ্যটকৰ ভিৰ কম। বাৰিষা সময়ছোৱাত পাহাৰৰ একা-বেঁকা পথেৰে যাত্ৰা কৰাটো দুঃসাহসৰ ভিতৰতে পৰে ।

1 / 8

2 / 8

3 / 8

4 / 8

5 / 8

6 / 8

7 / 8

8 / 8