5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আপুনিও ভূতৰ চিনেমা চাই ভাল পাই নেকি? তেন্তে চাওক এই ৫ খন ছবি…

আপুনি ভূতৰ ছবি চাই ভাল পাই নেকি? তেন্তে চাব পাৰে এই কেইখন ছবি যি চালে আপোনাৰ অন্তৰাত্মা কঁপি উঠিব। এই ছবি কেইখন বিভিন্ন প্লেটফৰ্মত উপলব্ধ।

barasha-sarma
Barasha Sarma | Published: 09 Sep 2024 17:48 PM
বুলবুলঃ ১ ঘন্টা ৩৪ মিনিটৰ এই ছবিখন নেটফ্লিক্সত চাব পাৰিব। ইয়াত তৃপ্তি ডিমৰী আৰু অবিনাশ তিৱাৰী মুখ্য ভূমিকাত আছে। ছবিখনৰ কাহিনীৰ ধুনীয়া হোৱাৰ লগতে ভয়লগাও। ছবিখনৰ ক্লাইমেক্সে বিশেষ আকৰ্ষিত কৰিব আপোনাক। ফটোঃ IMDb

1 / 5
চিষ্টাৰ ডেডঃ এই ছবিখন ২০২৩ চনত মুক্তি লাভ কৰিছিল। নেটফ্লিক্সত এই ছবিখন আপুনি চাব পাৰে। ফটোঃ Netflix

2 / 5
পেৰানৰ্মেল এক্টিভিটিঃ  এই ছবিখন ২০০৭ চনত মুক্তি পাইছিল। এই ছবিখন পৰিচালনা কৰিছিল অৰেন পেলিয়ে। যেতিয়া এহাল যুৱ দম্পতীয়ে নিজৰ ঘৰত অলৌকিক কাৰ্যকলাপৰ অভিজ্ঞতা লাভ কৰে আৰু পলাই যোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সিদ্ধান্ত লয়।

3 / 5
দ্যা ছাইনিংঃ ১৯৮০ চনত মুক্তি লাভ কৰা এই ছবিখন চালে মানুহে আজিও ভয় খায়।  এই ছবিৰ কাহিনী  অতি ভয়ানক। এয়া এটা পৰিয়ালৰ কাহিনী।  এখন হোটেলত এটা পৰিয়াল থাকিবলৈ লোৱাৰ পাছতেই তেওঁলোকৰ লগত কি কি হয় সেয়া এই ছবিখনত দেখুওৱা হয়।

4 / 5
হেলৱিনঃ আপুনি যদি আলৌকিক ছবি চাই ভাল পাই তেন্তে এইখন চাব পাৰে। ১৯৭৮ চনত মুক্তি পোৱা এই ছবিখনত এজন ব্যক্তিক বগা মুখা পিন্ধি ঘূৰি ফুৰা দেখা যায়। এই ছবিখনৰ কাহিনীও অতি ভয় লগা।

5 / 5
Follow Us
Latest Stories