স্কুটাৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে নেকি? এই পাঁচখন ইলেক্ট্ৰিক স্কুটাৰে আপোনাক দিব ডাঙৰ ষ্ট’ৰেজ
সাম্প্ৰতিক সময়ত ইন্ধনৰ বৰ্দ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত আদৰ বাঢ়িছে ইলেক্ট্ৰিক বাহনৰ। লগতে প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখিও ইলেক্ট্ৰিক বাহনে বিশেষ সমাদৰ লাভ কৰিছে। গ্ৰাহকৰ পছন্দৰ প্ৰতি গুৰুত্ব দি বজাৰত এতিয়া বহুকেইটা প্ৰতিষ্ঠানে মুকলি কৰিছে ইলেক্ট্ৰিক স্কুটাৰ। সাধাৰণতে প্ৰায়সংখ্যক গ্ৰাহকে সামগ্ৰী ৰাখিবলৈ অধিক ঠাই থকা স্কুটাৰৰ ক্ৰয় কৰিব বিচাৰে। এতিয়া বহুতো ইলেক্ট্ৰিক স্কুটাৰতো আপুনি হোণ্ডা এক্টিভাৰ দৰেই সামগ্ৰী থোৱাৰ বাবে অধিক ঠাই পাব। যদি আপুনি স্কুটাৰ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে এই ৫ খন ইলেক্ট্ৰিক স্কুটাৰৰ ওপৰত চকু ৰাখিব পাৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5