5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ছিমলা-মনালী নহয়, গৰমৰ দিনত ভ্ৰমণ কৰক এই সমূহ ঠাই…

প্ৰচণ্ড গৰমে দহিছে দেশৰ বিভিন্ন প্ৰান্ত। কিছুমান ঠাইত তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছ পাৰ কৰিছে। এনে সময় যদি আপুনি শান্তিৰ অলপ ঠাই বিচাৰিছে তেন্তে ফুৰিব যাব পাৰে বিশেষ কেইখনমান ঠাইলৈ।

barasha-sarma
Barasha Sarma | Updated On: 24 May 2024 18:16 PM
AULI: আউলি উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এখন চহৰ। এই ঠাইখন অত্যন্ত ধুনীয়া। এই ঠাইলৈ গৈ ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াৰ চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ।

1 / 5
Munnar: মুন্নাৰ ইদ্দুকি জিলাৰ সমুদ্ৰপৃষ্ঠৰ পৰা ১৬০০ ফুট উচ্চতাত অৱস্থিত এইটো এটা হিল ষ্টেচন।  মুন্নাৰ এটা মালয়ালম শব্দ, যাৰ অৰ্থ তিনিখন নদীৰ সংগম। ইয়াত তিনিখন নদী-মধুৰ পূজাহাৰ, নল্লা খান্নী আৰু কুণ্ডলী একে স্থানতে লগ হৈছে।

2 / 5
Idukki:গৰমৰ দিনত আপুনি ভ্ৰমণ কৰিব পাৰে ইডিক্কি। এই ঠাইখন কেৰালাত আছে। চাৰিওফালে পাহাৰ, গছ-গছনিয়ে আবৰা ঠাইখনে বেছ আকৰ্ষিত কৰে পৰ্যটকক। ঠাইখনত বৰ্তমান তাপমান প্ৰায় ২০ ডিগ্ৰী ছেলচিয়াছ।

3 / 5
lansdowne: পৰ্যটনৰ বাবে আকৰ্ষণৰ বিন্দু উত্তৰাখণ্ড। এই ৰাজ্যখনত অৱস্থি লেঞ্চডাউন নামৰ ঠাইখনলৈ যাব পাৰে। গৰমৰ দিন সকাহ পোৱাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব উত্তৰাখণ্ডত।

4 / 5
solen: হিমাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সপোন থাকে বহু পৰ্যটকৰ। চোলেন নামৰ ঠাইখন আছে হিমাচলত। ৰাজ্যখনৰ বেলেগ ঠাইখনৰ লগতে গৰমৰ দিনত এই ঠাইখনলৈও যাব পাৰে।

5 / 5
Latest Stories