5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এই ৫ যোগাসন কৰি পৰিত্ৰাণ লাভ কৰক পেটৰ চৰ্বি, অত্যাধিক ওজনৰ পৰা…

যোগাসন আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয়। ই আমাৰ শৰীৰৰ লগতে মানসিক দিশটোৰ বাবেও অতি গুৰুত্বপূৰ্ণ। পেটৰ চৰ্বি কমোৱাত সহায় কৰি কেইবাটাও যোগাসনে। এই যোগাসন কৰিলে পেটৰ চৰ্বি কম হোৱাৰ লগতে ওজনো হ্ৰাস পায়।

barasha-sarma
Barasha Sarma | Published: 30 Jun 2024 13:46 PM
ভজংগাসনঃ যদি আপুনি পেট আৰু উৰুৰ পেশীবোৰ ঠিক কৰিব বিচাৰে তেন্তে আপুনি দৈনন্দিন জীৱনত ভুজংগাসন অৰ্থাৎ Cobra Pose কৰিব পাৰে।ই  ওজন নিয়ন্ত্ৰণ কৰাৰ উপৰিও হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ বাবেও উপকাৰী। ইয়াৰ উপৰিও ই মেৰুদণ্ড, ডিঙি আৰু কান্ধৰ পেশীৰ বিষৰ পৰাও উপশম দিয়ে।

1 / 5
নৌকাসনঃ ওজন কমাবলৈ আৰু পেটৰ চৰ্বি কম কৰিবলৈ দৈনিক নৌকাসন কৰিব লাগে। এই আসন কৰা অলপ কঠিন যদিও দৈনন্দিন অভ্যাস কৰিলে কেইদিনমানৰ ভিতৰতে আপুনি এই আসনটো শুদ্ধকৈ কৰিব পাৰিব। এই আসনে পেটৰ চৰ্বি হ্ৰাস কৰাই নহয় ভৰি আৰু পেটৰ পেশীৰ বাবেও ভাল।

2 / 5
সেতুবন্ধাসনঃ এই আসন কৰিলে ওজন নিয়ন্ত্ৰণত সহায় হয়। এই আসনৰ নিয়মীয়া অভ্যাসে কঁকাল, পেটৰ হ্ৰাস কৰাৰ লগতে পেশীবোৰো শক্তিশালী কৰে।

3 / 5
উতকাতাসনঃ  এই আসনৰ অনুশীলনে আপোৱাৰ কঁকাল আৰু উৰুৰ পেশীবোৰ টান কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই শৰীৰৰ ভাৰসাম্য উন্নত কৰাৰ লগতে ভৰি, উৰু আৰু মেৰুদণ্ডৰ পেশী শক্তিশালী কৰে। এনে কৰিলে কান্ধৰ জঠৰতা আৰু কঁকালৰ বিষৰ পৰাও সকাহ পোৱা যায়।

4 / 5
বীৰভদ্ৰাসনঃ পেশী শক্তিশালী কৰিবলৈ নিয়মীয়াকৈ বীৰাভদ্ৰাসনৰ অভ্যাস কৰাতো ভাল বুলি কোৱা হয়।  এই আসন কৰিলে উৰু আৰু নিতম্বৰ চৰ্বি কম হোৱাৰ লগতে ভাৰসাম্যও বৃদ্ধি পায়। এই আসন কৰিলে শৰীৰে বহু উপকাৰ লাভ কৰে।

5 / 5
Latest Stories