এই ৫ যোগাসন কৰি পৰিত্ৰাণ লাভ কৰক পেটৰ চৰ্বি, অত্যাধিক ওজনৰ পৰা…
যোগাসন আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয়। ই আমাৰ শৰীৰৰ লগতে মানসিক দিশটোৰ বাবেও অতি গুৰুত্বপূৰ্ণ। পেটৰ চৰ্বি কমোৱাত সহায় কৰি কেইবাটাও যোগাসনে। এই যোগাসন কৰিলে পেটৰ চৰ্বি কম হোৱাৰ লগতে ওজনো হ্ৰাস পায়।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5