Assam Sahitya Sabha 2025: আজিৰে পৰা অসম সাহিত্য সভাৰ অধিৱেশন, নামঘৰৰ দ্বাৰ মুকলিৰে আৰম্ভ অধিবেশন
আজিৰে পৰা বজালী জিলাৰ পাঠশালাত আৰম্ভ হৈছে ‘অসম সাহিত্য সভা’ৰ সপ্তসপ্ততিতম্ দ্বিবাৰ্ষিক অধিৱেশন৷ ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনক লৈ উখল-মাখল ভট্টদেৱ ক্ষেত্ৰ ।
1 / 8

2 / 8
3 / 8
4 / 8
5 / 8
6 / 8
7 / 8
8 / 8