5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Aadhaar Card Update: ফোন নম্বৰ সলনি কৰিছে নেকি? আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব ? জানো আহক

Aadhaar Card Update: নিকটতম আধাৰ কেন্দ্ৰলৈ গৈ নম্বৰটো আপডেট কৰিবলৈ প্ৰথমে স্লট বুকিং কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে UIDAI-ৰ ৱেবছাইট চাওক। আধাৰ কেন্দ্ৰত নতুন নম্বৰ পঞ্জীয়ন কৰিলে সাত দিনৰ ভিতৰত মোবাইল নম্বৰ আপডেট কৰা হ’ব।

manas-borah
Manas Borah | Published: 19 May 2024 16:16 PM
বহু সময়ত যদি মোবাইল চুৰি হয় বা অন্য কোনো কাৰণত মোবাইল নম্বৰটো ব্লক হয়, তেতিয়া চৰম সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

1 / 8
কেৱল যোগাযোগৰ সমস্যাই নহয়, যিহেতু এতিয়া মোবাইল নম্বৰৰ লগত আধাৰ, পেন কাৰ্ড আদি বিভিন্ন গুৰুত্বপূৰ্ণ নথি সংলগ্ন হৈ থাকে, গতিকে নম্বৰ বন্ধ হ’লে আধাৰ কাৰ্ড, পেন কাৰ্ডৰ লগত জড়িত কামবোৰো কৰাটো কঠিন হৈ পৰে।

2 / 8
আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰাটো অতি প্ৰয়োজনীয়। যদি কিবা কাৰণত আপোনাৰ ফোন নম্বৰ সলনি হয়, নতুন নম্বৰটো কেনেকৈ আপডেট কৰিব?

3 / 8
আধাৰ কাৰ্ডত নতুন নম্বৰ আপডেট কৰিবলৈ হ'লে আধাৰ সেৱা কেন্দ্ৰলৈ যাব লাগিব। তাত ফৰ্ম পূৰণ কৰি বায়’মেট্ৰিক্স লোৱাৰ পিছতহে নতুন নম্বৰটো আপডেট কৰা হ’ব।

4 / 8
নিকটতম আধাৰ কেন্দ্ৰলৈ গৈ নম্বৰটো আপডেট কৰিবলৈ প্ৰথমে স্লট বুকিং কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে UIDAI-ৰ ৱেবছাইট চাওক।

5 / 8
UIDAI-ৰ ৱেবছাইটত মোৰ আধাৰ অপচনত ক্লিক কৰক। তাৰ পিছত Locate an Enrollment Center ত ক্লিক কৰক।

6 / 8
আপোনাৰ ঘৰৰ পিন নম্বৰ অনুসৰি ওচৰৰ আধাৰ কেন্দ্ৰৰ তালিকা ওলাব। এইবোৰৰ মাজৰ পৰা আপোনাৰ পছন্দৰ কেন্দ্ৰ বাছি লওক।

7 / 8
আধাৰ কেন্দ্ৰত নতুন নম্বৰ পঞ্জীয়ন কৰিলে সাত দিনৰ ভিতৰত মোবাইল নম্বৰ আপডেট কৰা হ’ব।

8 / 8
Latest Stories