সামাজিক মাধ্যমত আইমীয়ে ফটো শ্বেয়াৰ কৰি লিখিছে- উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য অধিক নথকাৰ পিছতো আধ্যাত্মিকতা আৰু লোকাচাৰৰ সম্ভাৰৰে সমৃদ্ধময় কাতি বিহু আমাৰ জনজীৱনৰ প্ৰাণৰ উৎসৱ। কাতি বিহু উপলক্ষে আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৰে মঙ্গল আৰু সমৃদ্ধি কামনা কৰিছোঁ। আকাশ বন্তি আৰু তুলসী তলৰ চাকি গছিয়ে আলোকিত কৰক সকলোৰে মন-প্ৰাণ।