Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো | Actress Aimee Baruah celebrates Kati Bihu with family Assam news - Assam Tv9

Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Published: 

17 Oct 2024 19:39 PM

আজি কাতি বিহু। প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে সকলোৰে মংগল কামনা কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি তুলসী তলত চাকি বন্তি লগাইছে।

1 / 5আজি

আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰে প্ৰতিজন চহা অসমীয়া।

2 / 5

কাতি বিহু উপলক্ষে তুলসী তলত চাকি জ্বলাই সকলোৰে মংগল কামনা কৰিছে অভিনেত্ৰী আইমী বৰুৱাই।

3 / 5

সামাজিক মাধ্যমত আইমীয়ে ফটো শ্বেয়াৰ কৰি লিখিছে- উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য অধিক নথকাৰ পিছতো আধ্যাত্মিকতা আৰু লোকাচাৰৰ সম্ভাৰৰে সমৃদ্ধময় কাতি বিহু আমাৰ জনজীৱনৰ প্ৰাণৰ উৎসৱ। কাতি বিহু উপলক্ষে আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৰে মঙ্গল আৰু সমৃদ্ধি কামনা কৰিছোঁ। আকাশ বন্তি আৰু তুলসী তলৰ চাকি গছিয়ে আলোকিত কৰক সকলোৰে মন-প্ৰাণ।

4 / 5

সামাজিক মাধ্য়মত আইমীৰ আছে বহু হাজাৰ অনুৰাগী। আইমীয়ে ফটো বা ভিডিঅ' দিলে প্ৰায়ে ভাইৰেল হৈ পৰে।

5 / 5

প্ৰায়ে অভিনেত্ৰীগৰাকীক পৰিয়ালৰ সৈতে দেখা যায়, সেয়ে আনতকৈ পৃথক আইমী বৰুৱা।

Latest Stories
ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই
Kali Puja 2024 Date & Time: কালী পূজাৰ অমাৱস্যা তিথি কেতিয়া লাগিব? এই বছৰ কালী পূজাৰ শুভ সময়ৰ বিষয়ে জানক
বিৰাট কোহলিৰ বেটিং অৰ্ডাৰ কিয় সলনি হ’ল ক’লে ৰোহিত শৰ্মাই, ৪৬ ৰানত আউট হোৱাৰ পিছত ক’লে এই ৪টা ডাঙৰ কথা
গুৱাহাটীৰ ED কাৰ্যালয়ত বলিউডৰ অভিনেত্রী তমন্না ভাটিয়া! ৭ ঘণ্টা ধৰি EDয়ে চলালে জেৰা
Kati Bihu 2024: পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিলে কাতি বিহু! ৰাইজৰ সৈতে বন্তি প্ৰজ্জ্বলন মন্ত্ৰী-বিধায়কৰ
Assam Train Accident: ৰাজ্যত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত! লাইনচ্যুত ইঞ্জিনসহ ৮টাকৈ দবা
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?
ড্ৰেগন ফলত কি ভিটামিন থাকে? বিশেষজ্ঞৰ পৰা জানক
কাতি মাহত তুলসী পূজা কেনেদৰে কৰিব? নকৰিব এই ভুল!
কোন দিশত ভৰি দি শুব নালাগে? জানক বাস্তু শাস্ত্ৰৰ নিয়ম