সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিছে- ‘যা দেৱী সর্বভূতেষু দয়াৰূপেণ সংস্থিতা,নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।’🔱🙏মহা সপ্তমীৰ ব্ৰহ্মক্ষণত নিশুম্ভশ্মভানি মা ৰ চৰণত সভক্তিৰে প্ৰাৰ্থনা জনালোঁ। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মায়ে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ কৰক।