5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ADRE Exam 2024: ২৭ অক্টোবৰত ADREৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা! জানি লওক নতুন নিৰ্দেশনা…

২৭ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। ১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা।

trishna-kalita
Trishna Kalita | Updated On: 25 Oct 2024 14:26 PM
২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ৫,০২৩টা পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা পৰীক্ষাত অৱতীৰ্ণ হ'ব ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থী।  সংবাদমেলত মন্তব্য অতিৰিক্ত মুখ্য সচিব ডি কল্যাণ চক্ৰৱৰ্তীৰ।

1 / 5
১,৪৮৪টা কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা। পৰীক্ষাৰ বাবে কৰা হৈছে বিশেষ ৰে’লৰ ব্যৱস্থা। প্ৰথমটো পৰীক্ষাৰ পাছত কেন্দ্ৰৰ ভিতৰতে থাকিব লাগিব পৰীক্ষাৰ্থী।

2 / 5
PAPER 1ৰ বাবে HSLC উত্তীৰ্ণ ৮,২৭,১৩০গৰাকী আৰু PAPER 2 ৰ বাবে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ ৫,৫২,০০২ গৰাকী পৰীক্ষা অৱতীৰ্ণ হ’ব। নিগেটিভ মাৰ্কিং থকাৰ বাবে অতিৰিক্তভাৱে বঢ়াই দিয়া হৈছে আধা ঘণ্টা সময় ।

3 / 5
যিসকলে পৰীক্ষাৰ নিয়ম উলংঘা কৰে বা বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত লোৱা হ’ব। সকলোকে নিৰ্ভীকভাৱে মুক্তমনে পৰীক্ষা দিবলৈ আহ্বান।

4 / 5
ইণ্টাৰনেট কৰ্তনৰ সন্দৰ্ভত এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই চৰকাৰে। মহিলা পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ ক্ষেত্ৰত অতিৰিক্তভাৱে নিয়োগ কৰা হ’ব আশা-অংগনবাড়ী কৰ্মী।

5 / 5
Latest Stories