শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Advantage Assam 2.0 : গুৱাহাটী ৰে’লৱে ষ্টেচনত নিৰ্মাণ হ’ব বিশ্বমানৰ আইটি হাব: ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে কেইবাটাও ভাল খবৰ

এডভাণ্টেজ আছামৰ মঞ্চৰ পৰা ৰাজ্যলৈ আহিছে বহুকেইটা ভাল খবৰ। এডভাণ্টেজ আছাম ছামিটত অংশ লৈ আদানি-আম্বানীৰ পাছত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। ৰে’লৱে’ ক্ষেত্ৰত জিলিকি উঠিব অসম তথা উত্তৰ-পূৰ্বাঞ্চল।

trishna-kalita
Trishna Kalita | Published: 25 Feb 2025 20:11 PM
গুৱাহাটীত অনুষ্ঠিত হৈছে এডভাণ্টেজ আছাম 2.O ছামিট। এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু দেশী-বিদেশী বিনিয়োগকাৰীসকলে।  আশা কৰা মতে  এডভাণ্টেজ আছামৰ জৰিয়তে বহু বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ সৈতে স্বাক্ষৰ কৰিছে বুজাবুজিৰ চুক্তি।

1 / 6
ইয়াৰ মাজতে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দিলে কেইবাটাও বিশেষ উপহাৰ।   বিশ্বমানৰ তথ্য প্ৰযুক্তিক কেন্দ্ৰ হিচাপে বিকশিত কৰা হ'ব গুৱাহাটী ৰে’লৱে’ ষ্টেচনক।  ষ্টেচনটোক দিয়া হ’ব অত্যাধুনিক নতুন ৰূপ।

2 / 6
ইয়াৰ উপৰিও অসমলৈ দুখন ‘অমৃত ভাৰত’ ৰে’ল ঘোষণা কেন্দ্ৰীয় ৰে’লমন্ত্ৰীৰ। অসমৰ পৰা দিল্লীলৈ চলিব এই ‘অমৃত ভাৰত’ ৰে’ল। লগতে ঘোষণা কৰা হৈছে নতুনকৈ দুখন ইণ্টাৰচিটী এক্সপ্ৰেছ।

3 / 6
শিলচৰৰ পৰা গুৱাহাটীলৈ চলিব নতুন ইণ্টাৰচিটী এক্সপ্ৰেছ। আৰু গুৱাহাটীৰ পৰা আগৰতলালৈ চলিব নতুন ইণ্টাৰচিটী এক্সপ্ৰেছ। অহা ১০ মাহৰ ভিতৰত চলিব এই দুখন ৰে’ল ।

4 / 6
বিটিআৰত ৭৫০ একৰ মাটিত স্থাপন কৰা হ’ব ৰে’ল কাৰখানা। লামডিঙত স্থাপন হ’ব ৰে’লৱে’ ইঞ্জিনৰ মিড লাইফ ৰি-ইঞ্জিনিয়াৰিং সুবিধা। উত্তৰ-পূবত তৈয়াৰ কৰা হ'ব কাৰ্গো টাৰ্মিনেল।  উত্তৰ-পূবৰ সকলো ৰে’লপথৰ বিদ্যুৎ সংযোগ সম্পূৰ্ণ হ’ব  ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত।

5 / 6
লামডিঙত স্থাপন হ’ব ৰে’লৱে’ ইঞ্জিনৰ মিড লাইফ ৰি-ইঞ্জিনিয়াৰিং সুবিধা। উত্তৰ-পূবৰ চিকেন নেকত হ’ব চাৰিটা ৰে’ল লাইন।  কামৰূপৰ বঙৰাত স্থাপন হ’ব এটা ইলেক্ট্ৰনিক মেনুফেকচাৰিঙ ক্লাছটাৰ।

6 / 6