শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উত্তৰ-পূবৰ চহকী সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছেদৰ এতিয়া মই নিজেইঃ মোদী

Advantage assam 2.0: ২ দিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অসমত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কালি মোদীয়ে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ঝুমৰেই বিনন্দিনী শীৰ্ষক অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

barasha-sarma
Barasha Sarma | Published: 25 Feb 2025 11:28 AM
দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত ঝুমৰেই বিনন্দিনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানত অংশ লৈ মোদীয়ে চাহ জনগোষ্ঠী তথা আদিবাসীসকলৰ বাবে বিভিন্ন মন্তব্য আগবঢ়ায়।

1 / 5
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে,এটা সময় আছিল যেতিয়া অসম আৰু উত্তৰ পূৰ্বাঞ্চল উপেক্ষিত হৈছিল আৰু ইয়াৰ সংস্কৃতিকো গুৰুত্ব দিয়া হোৱা নাছিল। কিন্তু এতিয়া এই সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছেদৰ মোদী নিজেই।

2 / 5
ইযাৰ লগতে মোদীয়ে কয়, কাজিৰঙাত কটোৱা, কাজিৰঙাৰ জৈৱ বৈচিত্ৰতাৰ কথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰা মইয়ে প্ৰথম প্ৰধানমন্ত্ৰী।  ইয়াৰোপৰি মোদীয়ে অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যদা, চৰাইদেউ মৈদাম, লাচিত বৰফুকন আদিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে।

3 / 5
উল্লেখ্য যে, কালিৰ অনুষ্ঠানত ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰে।ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকে ২,০৭৪গৰাকী। ইয়াৰোপৰি প্ৰতিগৰাকী শিল্পীক অসম চৰকাৰে প্ৰদান কৰিব ২৫,০০০ টকা।

4 / 5
ইয়াৰ পাছতে মঙলবাৰে  মোদীয়ে এডভান্টেজ আছাম ২.০ ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত দেশ বিদেশৰ বহু বিনিয়োগকাৰীয়ে অংশ গ্ৰহণ কৰিব। এডভান্টেজ আছামে অসমৰ বিকাশত যথেষ্ঠ সহায় কৰিব বুলি আশা কৰা হৈছে।

5 / 5