শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ডিব্ৰুগড়ৰ পৰা AFSPA প্ৰত্যাহাৰৰ সিদ্ধান্ত, কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ঘোষণা

ডিব্ৰুগড়ৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ। চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াত বাহাল থাকিব AFSPA। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা।

barasha-misra
Barasha Misra | Published: 27 Mar 2025 20:24 PM
আজি দিছপুৰৰ লোকসেৱা ভৱনত অসম কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে। সংবাদমেলত, এতিয়াৰে পৰা অসমৰ ডিব্ৰুগড় জিলাত AFSPA  প্ৰযোজ্য নহ’ব বুলি জনায়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে বিষয়টো অৱগত কৰাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।

1 / 5
ডিব্ৰুগড়ৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰ। চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াত বাহাল থাকিব AFSPA। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ কথা সংবাদমেলত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

2 / 5
অসমৰ অধিকাংশ অঞ্চলৰ পৰা AFSPA প্ৰত্যাহাৰ কৰা হৈছিল যদিও  8খন জিলাত এই আইন কাৰ্যকৰী হৈ আছিল ৷ কিন্তু এতিয়াৰ পৰা চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়াতহে  AFSPA বাহাল থাকিব।

3 / 5
কেবিনেট বৈঠক

কেবিনেট বৈঠক

4 / 5
সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন অসমত প্ৰথম প্ৰৱৰ্তন কৰা হৈছিল ১৯৮৩ চনৰ ১০ এপ্ৰিল তাৰিখে । সেই সময়ত গোৱালপাৰা জিলাৰ এক হিংসাত্মক কাৰ্যত মুঠ ১৮ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু তেতিয়া গোৱালপাৰাৰ লগতে ৮৩ খন আৰক্ষী থানাৰ অধীনত ১০ খন জিলাতে এই আইন প্ৰৱৰ্তন কৰিছিল । কিন্তু পিছলৈ বহুকেইখন জিলাত প্ৰত্যাহাৰ কৰা হৈছিল।

5 / 5