শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি…

শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত।

manas-borah
Manas Borah | Updated On: 06 Oct 2024 00:09 AM
শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত। (প্ৰতিনিধিত্বমূলক ফটো)

1 / 5
এয়াৰ ইণ্ডিয়াই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, এই বিমানখনৰ টিকট বুকিং কৰা সকলো যাত্ৰীকে বিমান কোম্পানীয়ে বিকল্প প্ৰদান কৰিছে আৰু বিকল্প উপায়েৰে গন্তব্যস্থানত উপনীত হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে।(প্ৰতিনিধিত্বমূলক ফটো)

2 / 5
এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই জনোৱা মতে, চেন্নাইৰ পৰা মাদুৰাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI671ৰ কাৰিকৰী বিজুতি ঘটে। তেওঁ কয় যে, বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে বিমানখন পুনৰ চেন্নাইলৈ ঘূৰাই অনা হৈছিল।(প্ৰতিনিধিত্বমূলক ফটো)

3 / 5
বিবৃতিটোত কোৱা হৈছে য,  বিমানখনৰ কাৰিকৰী বিজুতি আৰু বিমানখন ঘূৰি অহাৰ তথ্য পোৱাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে বিমানখনত উপস্থিত থকা ক্ৰু মেম্বাৰসকলে যাত্ৰীসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়ায়।(প্ৰতিনিধিত্বমূলক ফটো)

4 / 5
বিবৃতিটোত কোৱা হৈছে যে, বিমান কোম্পানীয়ে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে । বিষয়াগৰাকীয়ে কয় যে, যদি যাত্ৰীয়ে টিকটৰ ধন ঘূৰাই বিচাৰে তেন্তে বিমান কোম্পানীয়ে টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিব পাৰে । নতুবা পুনৰ ভ্ৰমণৰ সময় নিৰ্ধাৰণ কৰিব পাৰে ।(প্ৰতিনিধিত্বমূলক ফটো)

5 / 5