এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীসকলৰ মাজত আতংক... | Air India flight returns to Chennai airport due to technical snag Assam news - Assam Tv9

এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি, যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি…

Updated On: 

06 Oct 2024 00:09 AM

শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত।

1 / 5শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত। (প্ৰতিনিধিত্বমূলক ফটো)

শনিবাৰে চেন্নাইৰ পৰা ৰাওনা হোৱা এখন এয়াৰ ইণ্ডিয়াৰ বিমানত কাৰিকৰী বিজুতি ঘটে। ইয়াৰ পিছত বিমানখন পুনৰ চেন্নাইলৈ উভতি আহিবলগীয়া হয় । চেন্নাই বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, উভতি অহা বিমানখনে স্বাভাৱিক অৱতৰণ কৰিছিল আৰু বিমানখনৰ যাত্ৰীসকল সম্পূৰ্ণ সুৰক্ষিত। (প্ৰতিনিধিত্বমূলক ফটো)

2 / 5

এয়াৰ ইণ্ডিয়াই জাৰি কৰা বিবৃতিত কোৱা হৈছে যে, এই বিমানখনৰ টিকট বুকিং কৰা সকলো যাত্ৰীকে বিমান কোম্পানীয়ে বিকল্প প্ৰদান কৰিছে আৰু বিকল্প উপায়েৰে গন্তব্যস্থানত উপনীত হোৱাৰ প্ৰস্তাৱ দিয়া হৈছে।(প্ৰতিনিধিত্বমূলক ফটো)

3 / 5

এয়াৰ ইণ্ডিয়াৰ এজন বিষয়াই জনোৱা মতে, চেন্নাইৰ পৰা মাদুৰাইলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ বিমান AI671ৰ কাৰিকৰী বিজুতি ঘটে। তেওঁ কয় যে, বিমানখনৰ কাৰিকৰী বিজুতিৰ বাবে বিমানখন পুনৰ চেন্নাইলৈ ঘূৰাই অনা হৈছিল।(প্ৰতিনিধিত্বমূলক ফটো)

4 / 5

বিবৃতিটোত কোৱা হৈছে য, বিমানখনৰ কাৰিকৰী বিজুতি আৰু বিমানখন ঘূৰি অহাৰ তথ্য পোৱাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে বিমানখনত উপস্থিত থকা ক্ৰু মেম্বাৰসকলে যাত্ৰীসকলক সকলো সম্ভৱপৰ সহায় আগবঢ়ায়।(প্ৰতিনিধিত্বমূলক ফটো)

5 / 5

বিবৃতিটোত কোৱা হৈছে যে, বিমান কোম্পানীয়ে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বিকল্প ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে । বিষয়াগৰাকীয়ে কয় যে, যদি যাত্ৰীয়ে টিকটৰ ধন ঘূৰাই বিচাৰে তেন্তে বিমান কোম্পানীয়ে টিকটৰ সম্পূৰ্ণ ধন ঘূৰাই দিব পাৰে । নতুবা পুনৰ ভ্ৰমণৰ সময় নিৰ্ধাৰণ কৰিব পাৰে ।(প্ৰতিনিধিত্বমূলক ফটো)

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?