Amarnath yatra 2024: প্ৰথমটো তীৰ্থ যাত্ৰীৰ দল ৰাওনা বাবা অমৰনাথৰ দৰ্শনৰ বাবে – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Amarnath yatra 2024: প্ৰথমটো তীৰ্থ যাত্ৰীৰ দল ৰাওনা বাবা অমৰনাথৰ দৰ্শনৰ বাবে

Updated On: 

29 Jun 2024 15:16 PM

আজিৰ পৰা আৰম্ভ অমৰনাথ যাত্ৰা। ইতিমধ্যে প্ৰথমটো তীৰ্থ যাত্ৰীৰ দল .ৰাওনা হৈছে বাবৰ দৰ্শন কৰিবলৈ। এইবাৰ প্ৰায় ৪ লাখলোকে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে। এই যাত্ৰা সুকলমে পাৰ কৰাৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনে সকলো ব্যৱস্থা কৰিছে।

1 / 5চলিত

চলিত বৰ্ষৰ অমৰনাথ যাত্ৰা আজি অৰ্থাত ২৯ জুনৰ পৰা আৰম্ভ হয়। বাবাৰ দৰ্শন কৰিবলৈ ভক্তসকলে বালাতাল আৰু নুনৱানৰ পথেৰে ৰাওনা হৈছে। এইবাৰ ১৯ আগষ্টলৈ চলিব এই যাত্ৰা। photo_ pti

2 / 5

এই যাত্ৰীসকলে শনিবাৰে পুৱা দক্ষিণ কাশ্মীৰ হিমালয়ৰ ৩,৮৮০ মিটাৰ উচ্চতাত স্থিত পবিত্ৰ অমৰনাথ গুহাৰ বাবে কঠিন যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। phpto_ social media

3 / 5

জম্মু- কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই শুকুৰবাৰে পুৱা জম্মুৰ ভগৱতী নগৰস্থিত যাত্ৰী নিবাসৰ পৰা ৪,৬০৩ গৰাকী যাত্ৰীক এই যাত্ৰাৰ বাবে প্ৰেৰণ কৰে। এইবাৰ পূৰ্বতকৈ বেছি ভক্তৰ আগমন ঘটাৰ আশা কৰা হৈছে অমৰনাথলৈ।

4 / 5

যাত্ৰাপথত ১০টাতকৈও অধিক ঘাট নিৰ্মাণ কৰা হৈছে। এই ঘাটসমূহত তীৰ্থযাত্ৰীসকলক গা ধোৱাৰ লগতে পূজা কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। একেদৰে দুয়োটা পাহাৰীয়া ট্ৰেকৰ স্পৰ্শকাতৰ স্থানত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰায় ১৪ কিলোমিটাৰ এলেকা দুয়োফালে ৰেলিং বান্ধি দিছে। phto_pti

5 / 5

প্ৰায় ৪ লাখ ভক্তই এইবাৰ পঞ্জীয়ন কৰিছে অমৰনাথ যাত্ৰাৰ বাবে। এইলোকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰ প্ৰশাসনে হাজাৰ হাজাৰ সেনা নিয়োগ কৰিছে। সুৰক্ষাৰ প্ৰতি সকলো নজৰ ৰাখিছে। phto- IANS

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...